ঋতুস্ৰাৱ বা মাহেকীয়াৰ বিষ বেদনাৰ আয়ুৰ্বেদিক দিহা- Ayurvedic Remedies Of Menstrual Cramp In Assamese
মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষ বা কষ্টাৰ্তৱ Dysmenorrhea …
মাহেকীয়া সময়ৰ লক্ষণসমূহ– Symptoms Of Stomach Pain And Back Pain In Menstrual Period In Assamese
সামান্যভাৱে ডায়ৰিয়া
বিষণ্ণতা(depression)
গেচৰ সমস্যা
মাহেকীয়া সময়ৰ পেট আৰু কঁকাল বিষৰ কাৰন- Causes of Abdominal Pain and Waist Pain in Periods in Assamese
মাহেকীয়া সময়ৰ বিষ প্ৰতিৰোধ কেনেকৈ কৰিব?-Prevention Tips For Menstrual Pain in Assamese
সতৰ্কতা- Prevention
আহাৰ-Diet
নিচাজাতীয় বস্তু পৰিহাৰ কৰক –নিচাজাতীয় বস্তুৰ আসক্তি বা যিসকল মহিলায়ে এনে নিচাজাতীয় বস্তু পচন্দ কৰে তেওঁলোকৰ বাবে মাহেকীয়া সময়কাল সময়কাল খুব বিপদজনক হব পাৰে। যি ৰক্ত হ্ৰাস, দ্ৰুত ৰক্তপাত, টিউমাৰ, কেন্সাৰযুক্তটেমুনা আদি সৃষ্টিৰ ভয় উৎপন্ন কৰে৷ এলকোহলযুক্ত বিয়েৰ ইত্যাদিৰ ফলত পিৰিয়ডৰ সময়ত ডিহাইড্ৰেশন হব পাৰে। গতিকে মাদকদ্ৰব্য বস্তুসমূহ এৰাতো স্বাস্থ্যৰ পক্ষে অতি গুৰুত্বপূৰ্ণ।
গৰম খাদ্য এৰি চলক- পিৰিয়ডৰ সময়ত গৰম খাদ্য, বেঙেনা, ডিম, ৰঙালাও, মাংস, আলু, গৰম মছলা আৰু গধুৰ বস্তু ডঙা ইত্যাদি এৰা উচিত।
গৰম পানী দি স্নান কৰক – গৰম পানীৰে স্নান কৰিলে শৰীৰৰ তাপমাত্ৰা বাঢ়ে, যাৰ ফলত ৰক্ত সহজেই জৰায়ু পৰা প্ৰবাহিত হব পাৰে। পিৰিয়ডৰ সমস্যা লাঘৱ কৰিবলৈ দিনে দুবাৰ তিনিবাৰ গৰম পানি দি গা ধোৱা উচিত।
ইয়াৰ লগতে পঢ়ক Dr.Manoj kumar saikia ৰ লিখনি- মাহেকীয়াৰ সময়ত হােৱা অসহ্য পেটৰ বিষ- Menstrual cramp in assamese
ঋতুস্ৰাৱ বা মাহেকীয়াৰ বিষ বেদনাৰ আয়ুৰ্বেদিক দিহা- Ayurvedic Remedies Of Menstrual Cramp In Assamese
1. জীৰা, মৌ আৰু হালধী মিশ্ৰনে মাহেকীয়া সময়ত বিষ লাঘৱ কৰে(Cumin, Honey and Turmeric Mixture Beneficial in Menstrual Pain in Assamese)
ঋতুস্রাৱৰ ব্যথা কমাবলৈ এটি পাত্রত 1 গ্লাচ পানী উতলাওক, তাত 2 চা চামুচ জিৰা, 1 চা চামুচ মৌ আৰু 1 চা চামুচ হালধী যোগ কৰক আৰু গাঢ় হোৱা পর্যন্ত সিদ্ধ কৰক। এই কাঢ়া বা decoction ক চেকি নোলোৱাকৈ ১ কাপ পান কৰক৷ দিনে দুবাৰ পান কৰিলে মাহেকীয়া বিষ কমি যায়৷
2. মাহেকীয়া বিষত দালচেনি প্ৰয়োগ (Cinnamon Beneficial in Menstrual Pain in Assamese)
3. হালধী আৰু গাখীৰ মাহেকীয়া বিষ হ্ৰাস কৰে (Turmeric and Milk Beneficial in Menstrual Pain in Assamese)
4.অমিতায়ে দিয়ে মাহেকীয়া বিষৰপৰা পৰিত্ৰাণ (Papaya Beneficial in Menstrual Pain in Assamese)
5. গাজৰৰ ৰস মাহেকীয়া সমস্যাৰ বাবে উপকাৰী (Carrot Beneficial in Menstrual Pain in Assamese)
6. লেভেণ্ডাৰ তেলৰ মালিচ অত্যন্ত উপকাৰী (Benefit of Lavender Oil Massage to Get Relief from Menstrual Pain in Assamese)
7. তুলসী মাহেকীয়া বিষ বেদনা হ্ৰাস কৰাত উৎকৃষ্ট চিকিৎসা (Tulshi benefit to get relief menstrual pain in assamese)
. তুলসী মাহেকীয়া বিষ বেদনা হ্ৰাস কৰাত উৎকৃষ্ট চিকিৎসা (Tulsi Benefit to Get Relief from Menstrual Pain in Assamese)
8. আদা আৰু মৌ য়ে ঋতুস্ৰাৱৰ বিষৰ পৰা আৰাম দিয়ে (Ginger and Honey Benefit to Get Relief from Menstrual Pain in Assamese)
মাহেকীয়া সময়ৰ ব্যথা পৰা মুক্তি পাবলৈ কাটি লোৱা আদা এক কাপ পানীত সিদ্ধ কৰক। আপুনি ইচ্ছা কৰিলে ইয়াত মৌ ও যোগ কৰিব পাৰে। ভালদৰি সিদ্ধ হোৱাৰ পিছত চেকি লৈ পান কৰক৷ দিনত তিনিবাৰ ভোজন খোৱাৰ পিছত পান কৰিলে বিষ উপশম হয়৷
ডাক্তৰৰ ওচৰলৈ কেতিয়া যাব?- When to See a Doctor?
ইয়াৰ লগতে পঢ়ক Dr.Manoj kumar saikia ৰ লিখনি- মাহেকীয়াৰ সময়ত হােৱা অসহ্য পেটৰ বিষ- Menstrual cramp in assamese