জিৰা পানীৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া- Cumin Water Benefits,uses and Side effects
Is jeera water good for health in Assamese
হয়, জিৰা পানী পান কৰা স্বাস্থ্যৰ পক্ষে অত্যন্ত ভাল। চিকিৎসা গবেষণা অনুসৰি, জিৰায়ে সংক্ৰমণ আৰু
জিৰা পানী- Jeera Water
জিৰা পানীত এন্টিঅক্সিডেন্ট, ভিটামিন আৰু খনিজ থাকে আৰু পাচনতন্ত্রক সুস্থ কৰি ৰাখে। ইয়াৰ উপৰি, জিৰা পানী পান কৰিলে বমি বমি ভাৱ, ডায়েৰিয়া, ৰাতিপুৱা অসুস্থতা বা দুৰ্বলতা, গেচ আৰু কোষকাঠিন্যৰ পৰা মুক্তি পোৱা যায়৷
জিৰা পানী তৈয়াৰ কৰা হয় জিৰা বীজেৰে৷ গতিকে যি উপকাৰ জিৰা বীজৰ পৰা পোৱা যায় সেয়া জিৰা পানীৰ পৰাও লাভ কৰিব পাৰি৷ আঁহক এই উপকাৰ সম্পৰ্কে বিস্তাৰিতভাৱে জানো।
জিৰা পানী খোৱাৰ উপকাৰিতা পাচনৰ বাবে অতি উপকাৰী৷ এটি বৈজ্ঞানিক গবেষণা অনুসৰি, জিৰাত হজম এনজাইমসমূহৰ এটি ভাল পৰিমাণ আছে, যি হজমক উদ্দীপিত কৰাত কাম কৰিব পাৰে। ইয়াৰদ্বাৰা আহাৰ হজম কৰাত আৰু মল ৰ মাধ্যমেৰে শৰীৰৰ পৰা বাহিৰ কৰাত সহায়তা কৰিব পাৰে।
শৰীৰত আইৰন হ্ৰাস হলে ৰক্তাল্পতাৰ সমস্যা দেখা দিয়। ৰক্তত আয়ৰনৰ অভাৱৰ কাৰণে হিম’গ্লবিনৰ পৰিমাণো হ্ৰাস পায়, যাৰ কাৰণে ৰক্তয়ে শৰীৰক পৰ্যাপ্ত অক্সিজেন যোগান ধৰিব নোৱাৰে। এনে পৰিস্থিতিত জিৰা পানীৰ ব্যৱহাৰ এই সমস্যা দুৰ কৰাত সহায় কৰে৷ আচলতে জিৰাত প্ৰচুৰ পৰিমাণে আয়ৰন থাকে যি ৰক্তত হিম’গ্লবিনৰ পৰিমাণ বৃদ্ধি কৰে৷
6. টোপনিৰ বাবে
কোষ্ঠকাঠিন্য সমস্যা থাকিলে জিৰা পানীয়ে এই সমস্যা নিৰাময় কৰাত সহায়ক হব পাৰে। কোষ্ঠকাঠিন্য হজমজনিত সমস্যা, যি আহাৰ সঠিকধৰনে হজম নোহোৱা বাবে হয়৷ জিৰা পানী নিয়মিতভাবে সেৱন কৰি থাকিলে কোষ্ঠকাঠিন্যেৰ সমস্যা পৰা মুক্তি পাব পাৰি৷
9. চুলিৰ বাবে
জিৰা পানীৰ বৈশিষ্ট্য চুলিৰ স্বাস্থ্যৰ উন্নতিত কাৰ্যকৰ। আচলতব, জিৰাত উপস্থিত পুষ্টিগুণসমূহ চুলিৰ গুৰিলৈকে পুষ্টি সৰবৰাহ কৰিব পাৰে, যি চুলি সৰা কমোৱাত সহায় কৰিব পাৰে। এটি গবেষণা দেখা পোৱা গৈছে যে, জিৰা পৰা তৈয়াৰি প্ৰয়োজনীয় তেল(essential oil) এন্টি-ফাঙ্গাল প্ৰভাৱ আছে। অন্য এটি গবেষণাত দেখা গৈছে যে,এন্টিফাঙ্গাল বৈশিষ্ট্যসমূহে অ্যান্টিড্যান্ড্ৰফেৰ (উফি) নিৰাময় কৰাত কাৰ্যকৰ৷ ফলত চুলিৰ পৰিপুষ্টি আৰু বৃদ্ধিতে জিৰা পানীয়ে প্ৰচুৰ পৰিমাণে প্ৰভাৱ পেলাব পাৰে৷
জিৰা পানীয়ে অম্লতা পৰা মুক্তি দিয়াত সহায় কৰে আৰু ফুলাভাৱ, বদহজম নিৰাময় কৰে৷ গর্ভাৱস্থাত হোৱা হজম সমস্যা আৰু স্তনপান উন্নত কৰা,ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰা,ডায়বেটিচৰ চিকিৎসা কৰা, শ্বাসযন্ত্রৰ ব্যবস্থাত সহায়তা কৰা আৰু ৰক্তচাপ নিয়ন্ত্রণ কৰে৷
জিৰা পানী তৈয়াৰ কৰা পদ্ধতি- The method of making Cumin water in Assamese
- প্রথমে দু’চামচ জিৰা গোটেই ৰাতি এক গ্লাচ পানীত তিয়াই ৰাখক৷
- পিছদিনা ৰাতিপুৱা কম জুইত পানীখিনি উতলাওক৷ কিছুসময় পিছত পানীৰ ৰঙ পাতল হালধীয়া দেখা যাব।
- তাৰ পিছত, ইয়াক চাহৰ দৰে গ্রহণ কৰক ৷
- জিৰা পান কৰাৰ সময়ত জিৰা বীজখিনিকো চোবাব ৷
- জিৰা পানীৰ সেৱন কৰিলে পাচন আৰু গেস্ট্ৰিকৰ সমস্যা দেখি যায়৷ কিন্ত্ত অত্যাধিক জিৰা পানী সেৱন কৰিলেহে এই সমস্যা দেখা যায়৷
- জিৰাৰ অত্যাধিক সেৱনৰ ফলত কিডনী আৰু লিভাৰ সামান্যভাৱে কাম কৰা প্ৰক্ৰিয়াত প্ৰভাৱ পৰিব পাৰে৷
- স্তনপান কৰা মহিলাই জিৰা পানী সেৱন কৰিলে গাখীৰৰ পৰিমাণ হ্ৰাস হব পাৰে৷
- যিকোনো চাৰ্জাৰী আগে জিৰা পানী সেৱন কৰা উচিত নহয়৷
- ইয়াৰ narcotic properties আছে যাৰ বাবে ইয়াৰ অধিক মাত্ৰাত সেৱন কৰাৰ ফলত বমি ভাৱ আৰু মস্তিস্কই ভালদৰে কাম কৰাত অসুবিধা হব পাৰে৷
- ইয়াৰ অত্যাধিক সেৱনৰ ফলত ৰক্তচুগাৰ লেবেল পৰিমানতকৈ অধিক কম হব পাৰে৷ লগতে মাহেকীয়া সময়ত অধিক ৰক্তশ্ৰাৱ হব পাৰে৷
- জিৰা পানী সেৱনৰ ফলত কোনো ব্যক্তিৰ এলাৰ্জীও হব পাৰে৷
https://www.instagram.com/fitassam?r=nametag