আয়ুৰ্বেদিক ঔষধৰ দ্বাৰা শিশুৰ স্বাস্থ্য মজবুত কৰি তুলক: 𝘼𝙥𝙩𝙞𝙫𝙖𝙩𝙚 𝙨𝙮𝙧𝙪𝙥 𝙪𝙨𝙚𝙨 𝙛𝙤𝙧 𝙘𝙝𝙞𝙡𝙙

Spread the love

বৰ্তমান সময়ত #আয়ুসমন্ত্ৰালয়ে শিশুৰ ৰোগ প্ৰতিৰোগ ক্ষমতা বৃদ্ধি কৰি তুলিবৰ বাবে #Aptivate_syrup ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে৷


ক’ভিড -১৯ ৰ দ্বিতীয় টৌৰ সময়ছােৱাত দেশৰ প্রায় ৫ খন ৰাজ্যত ৮০,০০০ শিশুৰ কভিড পজিটিভ হৈছে । সেইবাবে শিশুসকলৰ স্বাস্থ্য সুৰক্ষাৰ বাবে ইমিউনিটি শক্তি বঢ়োৱাত গুৰুত্ব আৰােপ কৰিছে আয়ুস মন্ত্ৰালয়ে । অভিভাৱকসকলক শগুণীলতা, আমলখি আদি ব্যৱহাৰত গুৰুত্ব আৰােপ কৰিবলৈ আহ্বান জনাইছে মন্ত্রালয়ে। এনে এক আয়ুর্বেদিক ছিৰাপ হৈছে Aptivate syrup । এই ছিৰাপে শিশুসকলৰ শৰীৰত ইমিউনিটি বৃদ্ধি কৰাৰ লগতে খােৱা খাদ্যসমূহ সহজে হজম কৰাত সহায় কৰে । শগুণীলতা, আমলখি আদিৰ পৰা প্ৰস্তুত কৰা ই এক #আয়ুর্বেদিক_ছিৰাপ(ayurvedic syrup)। এনেধৰণৰ সামগ্ৰীসমূহ ব্যৱহাৰ কৰিবলৈ ইতিমধ্যে আয়ুস মন্ত্ৰালয়ে সকলােকে আহ্বান জনাইছে। ভাইৰাছৰ তৃতীয় ঢৌৰ প্ৰাকমুহূর্তত ইমিউনিটি শক্তি বৃদ্ধি কৰিবলৈ হ’লে এনেধৰণৰ সামগ্রী গ্ৰহণ কৰাটো নিতান্ত প্রয়ােজনীয় ।

💠Aptivate syrup: এপ্টিভেট চিৰাপ কি?

কম ওজনৰ শিশুৰ ভোক বৃদ্ধি কৰিবলৈ এপ্টিভেট চিৰাপ ব্যৱহাৰ কৰা হয়। ইয়াত ব্যৱহৃত উপাদানবোৰে পেপ্টিক ৰসে অগ্ন্যাশয় আৰু অন্ত্ৰৰ ওপৰত এক উদ্দীপনামূলক প্ৰভাৱ পেলায়। এনেদৰে ই হজম কৰাত সহায় কৰে। এইবোৰে লেলাৱতি আৰু গেষ্ট্ৰিক গ্ৰন্থিৰ নিঃসৰণ বৃদ্ধি কৰে, যাৰ ফলত ভোক বৃদ্ধি হয়। ই পাচন শক্তিও বৃদ্ধি কৰে। ই কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যাৰ পৰা সকাহ দি পাকস্থলী পৰিষ্কাৰ কৰাত সহায় কৰে। ইয়াত ব্যৱহৃত উপাদানবোৰ নিম্নলিখিত ধৰণৰ।

◾গুডুচি (Guduchi) (Tinospora Cordifolia)
◾বিদাঙ্গ (Vidang) (Embelia ribes)
◾নাগৰমোথা (Nagarmotha) (Cyper Rotundus)
◾চফ (Saunf)(Focrorhiza Valgare)
◾পিপলী (Pippali) (Piper longum)
◾আমলকী (Amalaki) (Embelica Offinalis)
◾কুটকী (Kutki )(Picroehiza Kurroa)
◾জীৰা (Jeera) (Cuminum cyminum)

💠এপ্টিভেট চিৰাপৰ লাভালাভবোৰ নিম্নলিখিত ধৰণৰঃ Benefits of Aptivate syrup

🔸অন্ত্ৰৰ কৃমি ধ্বংস কৰে
🔸প্ৰাকৃতিক ভোক বৃদ্ধি কৰাত সহায়ক
🔸ওজন বৃদ্ধিত সহায়ক
🔸কফ হ্ৰাস কৰে
🔸কোষ্ঠকাঠিন্য উপশম কৰাত সহায়ক
🔸পাচন শক্তি বৃদ্ধি কৰাত সহায়ক

💠পালি-Dosage

এপ্টিভেট চিৰাপৰ সাধাৰণ পালি কিমান?
শিশুৰ ক্ষেত্ৰত এপ্টিভেট চিৰাপ ব্যৱহাৰ কৰা হয়।
Aptivate syrup ৰ বটলত থকা পালিৰ পৰিমাণ চাইহে ব্যৱহাৰ কৰে যেন৷

𝘼𝙥𝙩𝙞𝙫𝙖𝙩𝙚 𝙨𝙮𝙧𝙪𝙥 𝙊𝙣𝙡𝙞𝙣𝙚 কিনিবলৈ তলৰ লিংকটো ক্লিক কৰকঃ 👉
https://clnk.in/qLbQ

𝗖𝗼𝗻𝘁𝗮𝗰𝘁: 8011330306


কোনো ৰোগত যদি শিশু ইতিমধ্যে ৰোগাক্ৰান্ত তেনেক্ষেত্ৰত অন্য ঔষধৰ লগ এই চিৰাপ ব্যৱহাৰ কৰা আগে চিকিৎসকৰ পৰামৰ্শ লব৷


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *