বিভিন্ন ৰোগ আৰু প্ৰতিকাৰ

এচিডিটি দূৰ কৰাৰ ঘৰুৱা উপায়- Home Remedies For Getting Relief From Acidity

অম্লপিত্ত বা এচিডিটি (acidity) হলে বুকু আৰু উদৰত জ্বলন বা বিষ হয় যি পেটৰ এচিডৰ অত্যাধিক মাত্ৰাত হোৱাৰ ফলত হয়৷ ইয়াক পেটৰ জ্বলন হলে ধৰিব পৰা যায়৷ এই সমস্যা প্ৰায় সংখ্যাক লোকৰে হোৱা দেখা যায়৷

দাঁতৰ আলুৰপৰা তেজ কিয় উলায়? অন্য কোনো ৰোগৰ সংকেত নহয়টো! What is bleeding gums a sign of?-in assamese

    দাঁতৰ আলুৰপৰা তেজ উলোৱা (bleeding gums) আলু সম্পৰ্কিত ৰোগৰ ভিতৰত সৰ্বাধিক সাধাৰণ লক্ষণ, তথাপি ই অন্যান্য স্বাস্থ্য সম্পৰ্কীয় ৰোগৰ ফালেও নিৰ্দেশ কৰে।  মাজে মাজে দাঁতৰ আলু পৰা ৰক্তপাত বা তেজ উলোৱা সমস্যাত খুব বেছি ঘঁহি ঘঁহি ব্ৰাছ কৰাৰ কাৰণে বা সঠিকভাব খাপ নোখোৱা dentures (কৃত্ৰিম দাঁত) ৰ বাবেও হব পাৰে।  দাঁতৰ আলুৰ পৰা …

দাঁতৰ আলুৰপৰা তেজ কিয় উলায়? অন্য কোনো ৰোগৰ সংকেত নহয়টো! What is bleeding gums a sign of?-in assamese Read More »

লোহিত ৰক্ত কণিকা কিদৰে বৃদ্ধি কৰিব?- How to increase red blood cell? -in assamese

এজন ব্যক্তিৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।  আমাৰ ৰক্তৰ প্লাজমাত শ্বেত ৰক্তকণিকা, লোহিত ৰক্তকণিকা(red blood cells) আৰু প্লেটলেট থাকে।  ৰক্তয়ে শৰীৰৰ টিস্যু আৰু হাওঁফাওঁলৈ অক্সিজেন আৰু পুষ্টি বহন কৰ। ইয়াৰ লগতে আঘাতপ্ৰাপ্ত হলে ৰক্তপাত ৰখাবলৈ, সংক্ৰমণৰ লগত যুঁজ দিবৰ বাবে এন্টিবডি তৈয়াৰ কৰা আৰু দেহৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কাম কৰে।  ৰক্তত কম বা বেছি …

লোহিত ৰক্ত কণিকা কিদৰে বৃদ্ধি কৰিব?- How to increase red blood cell? -in assamese Read More »

লিউকোৰিয়া/ বগাস্ৰাৱ / শ্বেতপ্ৰদৰ ৰোগ কিয় হয়- কিছু ঘৰুৱা প্ৰতিকাৰ আৰু সাৱধানতা-Leucorrhea/ white descharge in assamese

      মহিলাসকলে প্ৰজনন অঙ্গৰ লগত জড়িত বিভিন্ন ধৰণৰ স্বাস্থ্য সমস্যাৰ সম্মুখীন হয়। যেতিয়া লিউকোৰিয়া (leucorrhoea) ৰোগ দেখা দিয়ে তেতিয়া মহিলাৰ যোনীমাৰ্গেৰে বগাস্ৰাৱ (white descharge) বাহিৰ হোৱা আৰম্ভ হয়।  যোনিৰ এটি স্ব-পৰিষ্কাৰকৰণ প্ৰক্ৰিয়া (self-cleansing mechanism) আছে যি পাতল স্ৰাৱৰ মাধ্যমেৰে যি কোনো বাহ্যিক কণা দূৰ কৰে।  এয়া সম্পূৰ্ণভাৱে স্বাভাবিক আৰু উদ্বেগৰ কোনো কাৰন নাই৷  …

লিউকোৰিয়া/ বগাস্ৰাৱ / শ্বেতপ্ৰদৰ ৰোগ কিয় হয়- কিছু ঘৰুৱা প্ৰতিকাৰ আৰু সাৱধানতা-Leucorrhea/ white descharge in assamese Read More »

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese

হেমোৰয়েড বা পাইলচ কি? what is piles?-in assamese হেমোৰয়েদ ৰোগ(hemorrhoids) – যাক পাইলচ (piles) বোলা হয় – এই ৰোগত মলদ্বাৰ আৰু মলাশয় মধ্যেৰ শিৰাসমূহত ফোলাভাব আৰু উত্তেজনা সৃষ্টি কৰে। এয়া সাধাৰণতে শৌচদ্বাৰ আৰু মলাশয়ত উপস্থিত শিৰাসমূহ এটি “varicose vein” ৰোগ।  পাইলচ মলদ্বাৰৰ অভ্যন্তৰৰ অংশত বা মলদ্বাৰৰ বাহিৰৰ অংশত হব পাৰে।   পাইলচ অনেক কাৰণত হব …

অৰ্শৰোগ / হেমোৰয়েড বা পাইলচৰ বিষয়ে সৱিশেষ… Hemorrhoid in assamese Read More »

হৃদৰোগৰ কাৰনসমূহ- হৃদৰোগত কি খাব কি নাখাব-কিছু ঘৰুৱা প্ৰতিকাৰ-heart disease causes, heart disease diet, home remedies for strong heart

হৃদৰোগ – heart disease or cardiovascular disease – in assamese     হৃদৰোগ(heart disease) আজিৰ যুগত মৃত্যুৰ অন্যতম প্ৰধান কাৰণ। পূৰ্বতে ধনী দেশসমূহত এই সমস্যা বেছি দেখা পোৱা গৈছিল কিন্তু বৰ্তমান ইয়াৰ প্ৰাদুৰ্ভাব প্ৰগতিশীল দেশসমূহও দেখা পোৱা যায়।  উচ্চ ৰক্তচাপ, ডায়াবেটিচ, পাৰিবাৰিক জেনেটিক কাৰণ, ধূমপান ইত্যাদি সকলোয়ে এই ৰোগৰ সম্ভাৱনা বঢ়াই তোলে।  ব্যক্তিৰ জীৱনধাৰা আৰু …

হৃদৰোগৰ কাৰনসমূহ- হৃদৰোগত কি খাব কি নাখাব-কিছু ঘৰুৱা প্ৰতিকাৰ-heart disease causes, heart disease diet, home remedies for strong heart Read More »

এনিমিয়া- কাৰন, লক্ষণ আৰু সাৱধানতা- Anemia in assamese

এনিমিয়া (anemia) what is anemia?- in assamese     হিম’গ্লবিনৰ কম হোৱা অৰ্থাৎ ৰক্তহীনতা (anemia) এটি গুৰুতৰ সমস্যা যি নিৰ্দিষ্ট ধৰণৰ ভিটামিন আৰু খনিজৰ অভাৱৰ ফলত ঘটে।  সুষম ডায়েট নোখাৱাৰ ফলত পুষ্টিৰ অভাৱ আৰু অপুষ্টিগত সমস্যা দেখা দিব পাৰে।  শিশু আৰু গৰ্ভবতী মহিলাসকলৰ মাজত এই অৱস্থা আৰু মাৰাত্মক হৈ উঠে।  হিম’গ্লবিনৰ অভাৱৰ কাৰণে(anemia) ৰক্ত ​​প্ৰবাহত …

এনিমিয়া- কাৰন, লক্ষণ আৰু সাৱধানতা- Anemia in assamese Read More »

কলেষ্টৰেল সঁচাকৈয়ে বেয়ানে? কলেষ্টৰেল কিমান হলে হাৰ্টৰ বাবে সংকতজনক? -cholestorel high,cholesterol level, cholesterol symptoms,cholesterol control in assamese

 লেখকঃ ডাঃ নয়নজ্যোতি হাজৰিকা  Contact-6000672185 কলেষ্টৰেল কি? cholesterol- in assamese cholesterol definition-in assamese কলেষ্টৰেল (cholesterol) এটি চৰ্বিযুক্ত উপাদান যি লিভাৰৰদ্বাৰা উৎপাদিত হয়। ই দেহৰ কোষসমূহৰ স্বাস্থ্যৱান কৰে, ভিটামিন ডি, হজম প্ৰক্ৰিয়াত, হৰমন তৈয়াৰ কৰা আৰু হৰমনসমূহক ঠিকমতে ৰখাৰ কাম কৰে। কলেষ্টৰেল আমাৰ দেহৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।  হৰমন নিয়ন্ত্ৰণত কলেষ্টৰেলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। লিভাৰে শৰীৰৰ …

কলেষ্টৰেল সঁচাকৈয়ে বেয়ানে? কলেষ্টৰেল কিমান হলে হাৰ্টৰ বাবে সংকতজনক? -cholestorel high,cholesterol level, cholesterol symptoms,cholesterol control in assamese Read More »

অৰুচি আৰু ইয়াৰ প্ৰতিকাৰ- Aruchi hale ki karibo? Distaste, Dislike of food or food aversion in Assamese/Anorexia

Dr.Nayanjyoti Hazarika Contact- 6000672185, Nalbari অৰুচি কি? What is food aversion? Aruchi ki ? অৰুচি  হল খাদ্যৰ প্ৰতি ব্যক্তি এজনৰ অনিহা আৰু লগতে তেওঁ খাদ্যৰ জুতি নোপোৱাটোকে বুজায়। (distaste dislike of food or food aversion) অৰুচি কোনো এক ৰোগ নহয় কিন্তু ই শৰীৰৰ আভ্যন্তৰীণত হৈ থকা কোনো এক ৰোগৰ বাহ্যিক ভাৱে দেখা এক উপসৰ্গ হব …

অৰুচি আৰু ইয়াৰ প্ৰতিকাৰ- Aruchi hale ki karibo? Distaste, Dislike of food or food aversion in Assamese/Anorexia Read More »

ফিজিওথেৰাপি (physiotherapy)য়ে দিয়ে যিকোনো বিষৰপৰা মুক্তি- Physical therapy/physiotherapy

লেখক -Dr. Sujeet Kumar(PT), Gopalganj আধুনিক জীৱনযাত্ৰা, খাদ্য অসতৰ্কতা আৰু দেহৰ খনিজসমূহৰ অভাৱৰ কাৰণে শৰীৰৰ জয়ন্ট অৰ্থাৎ গাঠিসমূহৰ বিষ এটি সাধাৰণ ৰোগত পৰিণত হৈছে।  শীত ঋতুত শৰীৰৰ বহু অংশত বিষ হোৱা দেখা যায়৷ ইয়াক ফিজিওথেৰাপি(physiotherapy) আৰু পেশাগত থেৰাপিৰ জৰিয়তে আৰোগ্য লাভ কৰিব পৰা যায়।  পোণপ্ৰথমে এজন ব্যক্তিয়ে এনে বিষৰপৰা আৰোগ্য লাভ কৰিবৰ বাবে তেওঁৰ জীৱনশৈলীৰ …

ফিজিওথেৰাপি (physiotherapy)য়ে দিয়ে যিকোনো বিষৰপৰা মুক্তি- Physical therapy/physiotherapy Read More »