আয়ুৰ্বেদ-Ayurveda

এচিডিটি দূৰ কৰাৰ ঘৰুৱা উপায়- Home Remedies For Getting Relief From Acidity

অম্লপিত্ত বা এচিডিটি (acidity) হলে বুকু আৰু উদৰত জ্বলন বা বিষ হয় যি পেটৰ এচিডৰ অত্যাধিক মাত্ৰাত হোৱাৰ ফলত হয়৷ ইয়াক পেটৰ জ্বলন হলে ধৰিব পৰা যায়৷ এই সমস্যা প্ৰায় সংখ্যাক লোকৰে হোৱা দেখা যায়৷

মাহেকীয়াৰ সময়ত হােৱা অসহ্য পেটৰ বিষ- Menstrual cramp in assamese

Dr. Manoj Kumar Saikia, Sr. Medical Officer at Borkoka MPHC মাহেকীয়া হােৱাৰ সময়ত বহুতাে যুৱতী আৰু মহিলাৰ পেটৰ বিষ হােৱাটোক আয়ুর্বেদিকত কষ্ট আর্তৱ বােলা হয়। এই সময়ত জৰায়ু, কঁকাল আৰু তলপেটত অসহ্য বিষ হয় কাৰণে যাতনা ভূগিব লগীয়া (Dysmenorrhoea) হয়। কষ্ট আর্তব দুই প্রকাৰৰ।  কিছুমান যুৱতী আৰু কম বয়সীয়া তিৰােতাৰ জৰায়ু গ্রীবা ঠেক হােৱা কাৰণে …

মাহেকীয়াৰ সময়ত হােৱা অসহ্য পেটৰ বিষ- Menstrual cramp in assamese Read More »

আয়ুর্বেদিক চিকিৎসাৰে মদ্যপান এৰােৱা উপায়-ALCOHOL DEADDICTION AYURVEDIC TREATMENT

Dr Brinchi Boruah, MD ( Ayurveda )  নিয়ন্ত্রিত মদ্যপান ক ৰােগ হিচাপে পৰিগণিত কৰা নহয় যদিও অনিয়ন্ত্রিত মদ্যপান ক Alcohol Related Disorder হিচাপে পৰিগণিত কৰা হয়৷ যি জটিল ৰােগৰ সৃষ্টি কৰিব পাৰে৷ এই Alcohol Related Disorder নাইবা Alcohol Used Disorder Do Alcohol Dependence, alcohol withdrawal syndrome , Alcohol induced sexual dysfunction, Alcohol Induced sleep disorder আৰু …

আয়ুর্বেদিক চিকিৎসাৰে মদ্যপান এৰােৱা উপায়-ALCOHOL DEADDICTION AYURVEDIC TREATMENT Read More »

বাত দোষৰ ভাৰসাম্যহীনতাৰ বাবে আপুনি বেমাৰত পৰিছে নি? কিদৰে কৰিব বাত দোষ নিয়ন্ত্ৰণ? How to balance your Vata dosha? in assamese

ডাঃ ব্ৰিঞ্চি বৰুৱা, MD Ayurveda WhatsApp- 9864550440  FB-https://www.facebook.com/brinchi.boruah.3 Email- [email protected] যোগাযোগ- ড্ৰাগ হাওচ, ASTC Bus stand ৰ সমীপত, ধেমাজি  আয়ুৰ্বেদ এটি প্ৰাচীন চিকিৎসা ব্যৱস্থা আৰু প্ৰায় 5000 বা তাতোতকৈও বেছি বছৰ আগৰপৰাই ভাৰতত ব্যৱহৃত হৈ আহিছে।  ত্ৰিদোষৰ মূলনীতি আয়ুৰ্বেদত অত্যন্ত গুৰুত্বপূৰ্ণ। ত্ৰিদোষ তিনিটা মৌলিক শক্তিক সংজ্ঞায়িত কৰে যি ভৌতিক আৰু ভাবনাত্মক স্তৰত আমাৰ দেহৰ কাৰ্যকাৰিতা …

বাত দোষৰ ভাৰসাম্যহীনতাৰ বাবে আপুনি বেমাৰত পৰিছে নি? কিদৰে কৰিব বাত দোষ নিয়ন্ত্ৰণ? How to balance your Vata dosha? in assamese Read More »

আপোনাৰ শৰীৰৰ প্ৰকাৰ অনুসৰি জানক কি হয় আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ আয়ুৰ্বেদিক আহাৰ- How many Dosha are there in Ayurveda?-In assamese

    আয়ুৰ্বেদে (Ayurveda) মনুষ্য জাতিক তিনটা ভাগত আৰু দোষত (dosha) বিভক্ত কৰিছে।  প্ৰত্যেক ব্যক্তিয়ে কিবা নহয় কিবা না ত্ৰুটি বা দোষৰ ভাৰসাম্যহীনতা থাকে, যাৰ কাৰণে তেওঁ অসুস্হ হৈ পৰে।   আয়ুৰৰ্বেদৰ এই ত্ৰিদোষ কি? What are the three doshas in Ayurveda? in assamese   এই দোষ ( ayurveda dosha) তিনিটা হৈছে  – বাত (বায়ু), …

আপোনাৰ শৰীৰৰ প্ৰকাৰ অনুসৰি জানক কি হয় আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ আয়ুৰ্বেদিক আহাৰ- How many Dosha are there in Ayurveda?-In assamese Read More »

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

ৰাতিপুৱা পানী খোৱাৰ উপকাৰিতা – Drinking water in the morning empty stomach in Assamese আয়ুৰ্বেদৰ মতে সূৰ্য উদয় হোৱাৰ আগে খালী পেটত পানী খোৱাৰ পৰামৰ্শ দিয়া হয়। “উষাপান” দুটি শব্দৰে গঠিত – উষা আৰু পান।  উষা মানে আকাশত যেতিয়া সূৰ্য্যৰ পোহৰ দেখা আৰম্ভ হয় কিন্ত্ত সূৰ্য উদয় নহয়। এয়া সূৰ্যোদয়ৰ 20 পৰা 30 মিনিট আগে …

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese Read More »

জাতিৰ পিতা মহাত্মা গান্ধীৰ সুস্বাস্থ্যৰ ৰহস্য কি আছিল?তেখেতৰ কেইটিমান মূল্যবান উক্তি জানো আঁহক…Mahatma gandhi quotes and information in Assamese

জাতিৰ পিতা মহাত্মা গান্ধী (mahatma gandhi)ৰ আজি 151 বছৰীয়া জন্মজয়ন্তী৷ তেওঁলৈ সশ্ৰদ্ধ প্ৰণাম  জনাইছো৷ তেখেতৰ বিষয়ে বহু কথা শুনিছে (mahatma gandi information) যদিও তেখেতৰ সুস্বাস্থ্যৰ দুটামান কথা আগবঢ়ালো৷ তেখেতৰ পদপথ অনুসৰণ কৰিলে আপুনালোকেও নিশ্চয় উদ্যমী আৰু ৰোগ প্ৰতিৰোধ কৰাৰ শক্তি আহৰণ কৰিবলৈ সক্ষম হব৷ উল্লেখযোগ্য যে, তেখেতৰ মৃত্যুৰ সময়ত ওজন আছিল 46.7 কিলোগ্ৰাম৷ তেওঁৰ 70 …

জাতিৰ পিতা মহাত্মা গান্ধীৰ সুস্বাস্থ্যৰ ৰহস্য কি আছিল?তেখেতৰ কেইটিমান মূল্যবান উক্তি জানো আঁহক…Mahatma gandhi quotes and information in Assamese Read More »

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

দুবৰি বন- Durva grass আচাৰ্য শ্রী বালকৃষ্ণ, পতঞ্জলি  দুবৰি বনৰ পৰিচয়- Introduction of Durva grass দুবৰি বন ভাৰতৰ এটি পবিত্ৰ উদ্ভিদ হিচাবে বিবেচনা কৰা হয়৷ তুলসীদাসে তেওঁৰ লিখনিত দুবৰিক শ্রদ্ধা জনায় লিখিছে – “ৰাম দুৰ্বাদল শ্যাম, পদ্যাক্ষা পিতাবাসসা”‘(“राम दुर्वादल श्याम, पद्याक्षं पीतावाससा।৷’’) আচার্য সুশ্রুতয়েও কিশোৰসকলৰ বাবে শ্বেত-দুবৰিক শক্তিবৰ্ধক বুলি অভিহিত কৰিছে। দুবৰি বন হিন্দুসকলৰ বাবে …

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া Read More »

ঋতুস্ৰাৱ বা মাহেকীয়াৰ বিষ বেদনাৰ আয়ুৰ্বেদিক দিহা- Ayurvedic Remedies Of Menstrual Cramp In Assamese

মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষ বা কষ্টাৰ্তৱ Dysmenorrhea …   পিৰিয়ড বা ঋতুস্ৰাৱ এটি প্ৰাকৃতিক প্ৰক্ৰিয়া যি প্ৰতিগৰাকী মহিলায়ে অনুভৱ কৰে।  মাহৰ এই চাৰিৰপৰা পাঁচ দিনৰ সময় প্ৰতিগৰাকী মহিলাৰ বাবে কম-বেছি পৰিমাণে বেদনাদায়ক। মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষ বেদনাক চিকিৎসকৰ ভাষাত কোৱা হয় “Dysmenorrhea”- “ডিছমেন’ৰিয়া”৷ তদুপৰি,পৰিবৰ্তিত জীৱনধাৰা আৰু ভুল খাদ্যপ্ৰণালীৰ কাৰণে মহিলাসকলৰ বহুতৰে অতি কম …

ঋতুস্ৰাৱ বা মাহেকীয়াৰ বিষ বেদনাৰ আয়ুৰ্বেদিক দিহা- Ayurvedic Remedies Of Menstrual Cramp In Assamese Read More »

কলাজিৰা বা কালজিৰা খালে কি হয়? কালজিৰা কেনেকৈ খাব? -Kalonji/kaljira in Assamese

কলাজিৰা বা কালজিৰা-Kalonji, Nigella sativa seeds or Black seeds কালজিৰাৰ কিছু তথ্য- About Kalonji Seeds In Assamese Kalonji ক অসমীয়াত “কলাজিৰা বা কালজিৰা” নামে জনা যায়৷ (kalonji in assamese) কালজিৰাৰ লেটিন নাম (Latin Name): Nigella sativaKalonji গোটেই বিশ্বজুৰি বিভিন্ন নামে পৰিচিত।  কালজিৰাৰ প্ৰচলিত নাম-Kalonji, mangrail, kalojira, kalzira ইত্যাদি৷ ইংৰাজীত কালজিৰাক Black seed, nigella seeds, nigella sativa …

কলাজিৰা বা কালজিৰা খালে কি হয়? কালজিৰা কেনেকৈ খাব? -Kalonji/kaljira in Assamese Read More »