লোহিত ৰক্ত কণিকা কিদৰে বৃদ্ধি কৰিব?- How to increase red blood cell? -in assamese
এজন ব্যক্তিৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমাৰ ৰক্তৰ প্লাজমাত শ্বেত ৰক্তকণিকা, লোহিত ৰক্তকণিকা(red blood cells) আৰু প্লেটলেট থাকে। ৰক্তয়ে শৰীৰৰ টিস্যু আৰু হাওঁফাওঁলৈ অক্সিজেন আৰু পুষ্টি বহন কৰ। ইয়াৰ লগতে আঘাতপ্ৰাপ্ত হলে ৰক্তপাত ৰখাবলৈ, সংক্ৰমণৰ লগত যুঁজ দিবৰ বাবে এন্টিবডি তৈয়াৰ কৰা আৰু দেহৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কাম কৰে। ৰক্তত কম বা বেছি …
লোহিত ৰক্ত কণিকা কিদৰে বৃদ্ধি কৰিব?- How to increase red blood cell? -in assamese Read More »