মাহেকীয়াৰ সময়ত হােৱা অসহ্য পেটৰ বিষ- Menstrual cramp in assamese
Dr. Manoj Kumar Saikia, Sr. Medical Officer at Borkoka MPHC মাহেকীয়া হােৱাৰ সময়ত বহুতাে যুৱতী আৰু মহিলাৰ পেটৰ বিষ হােৱাটোক আয়ুর্বেদিকত কষ্ট আর্তৱ বােলা হয়। এই সময়ত জৰায়ু, কঁকাল আৰু তলপেটত অসহ্য বিষ হয় কাৰণে যাতনা ভূগিব লগীয়া (Dysmenorrhoea) হয়। কষ্ট আর্তব দুই প্রকাৰৰ। কিছুমান যুৱতী আৰু কম বয়সীয়া তিৰােতাৰ জৰায়ু গ্রীবা ঠেক হােৱা কাৰণে …
মাহেকীয়াৰ সময়ত হােৱা অসহ্য পেটৰ বিষ- Menstrual cramp in assamese Read More »