আপোনাৰ শৰীৰৰ প্ৰকাৰ অনুসৰি জানক কি হয় আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ আয়ুৰ্বেদিক আহাৰ- How many Dosha are there in Ayurveda?-In assamese
আয়ুৰ্বেদে (Ayurveda) মনুষ্য জাতিক তিনটা ভাগত আৰু দোষত (dosha) বিভক্ত কৰিছে। প্ৰত্যেক ব্যক্তিয়ে কিবা নহয় কিবা না ত্ৰুটি বা দোষৰ ভাৰসাম্যহীনতা থাকে, যাৰ কাৰণে তেওঁ অসুস্হ হৈ পৰে। আয়ুৰৰ্বেদৰ এই ত্ৰিদোষ কি? What are the three doshas in Ayurveda? in assamese এই দোষ ( ayurveda dosha) তিনিটা হৈছে – বাত (বায়ু), …