হৃদৰোগৰ কাৰনসমূহ- হৃদৰোগত কি খাব কি নাখাব-কিছু ঘৰুৱা প্ৰতিকাৰ-heart disease causes, heart disease diet, home remedies for strong heart
হৃদৰোগ – heart disease or cardiovascular disease – in assamese হৃদৰোগ(heart disease) আজিৰ যুগত মৃত্যুৰ অন্যতম প্ৰধান কাৰণ। পূৰ্বতে ধনী দেশসমূহত এই সমস্যা বেছি দেখা পোৱা গৈছিল কিন্তু বৰ্তমান ইয়াৰ প্ৰাদুৰ্ভাব প্ৰগতিশীল দেশসমূহও দেখা পোৱা যায়। উচ্চ ৰক্তচাপ, ডায়াবেটিচ, পাৰিবাৰিক জেনেটিক কাৰণ, ধূমপান ইত্যাদি সকলোয়ে এই ৰোগৰ সম্ভাৱনা বঢ়াই তোলে। ব্যক্তিৰ জীৱনধাৰা আৰু …