অমৃততুল্য ত্ৰিফলা প্ৰস্তুত কৰা পদ্ধতি- ঋতু অনুযায়ী ত্ৰিফলা কেনেদৰে খোৱা উচিত- Triphala churna benefits in Assamese
ত্ৰিফলা (triphala) মানে তিনিবিধ ফলৰ মিশ্ৰন৷ শিলিখা, ভোমোৰা তথা আমলখী ফলত সমপৰিমাণৰ মিশ্ৰনক ত্ৰিফলা (triphala) বুলি কোৱা হয়, ত্ৰিফলা (triphala)ক আয়ুৰ্বেদত ৰসায়ন বুলি মানি লোৱা হয়৷ ইয়াৰ বিধিপূৰ্বক সেৱনে ৰোগৰ নাশ কৰাৰ লগতে শৰীৰত বলৰ বৃদ্ধি কৰে৷ শিলিখা, ভোমোৰা আৰু আমলখী এই তিনিটা ফল, যি আমাৰ দেহৰ বাত,কফ আৰু পিত্তৰ ভাৰসাম্য বৰ্তাই ৰখাত সঠিকভাব ব্যৱহাৰ …