কলেষ্টৰেল সঁচাকৈয়ে বেয়ানে? কলেষ্টৰেল কিমান হলে হাৰ্টৰ বাবে সংকতজনক? -cholestorel high,cholesterol level, cholesterol symptoms,cholesterol control in assamese
লেখকঃ ডাঃ নয়নজ্যোতি হাজৰিকা Contact-6000672185 কলেষ্টৰেল কি? cholesterol- in assamese cholesterol definition-in assamese কলেষ্টৰেল (cholesterol) এটি চৰ্বিযুক্ত উপাদান যি লিভাৰৰদ্বাৰা উৎপাদিত হয়। ই দেহৰ কোষসমূহৰ স্বাস্থ্যৱান কৰে, ভিটামিন ডি, হজম প্ৰক্ৰিয়াত, হৰমন তৈয়াৰ কৰা আৰু হৰমনসমূহক ঠিকমতে ৰখাৰ কাম কৰে। কলেষ্টৰেল আমাৰ দেহৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। হৰমন নিয়ন্ত্ৰণত কলেষ্টৰেলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। লিভাৰে শৰীৰৰ …