চৰিয়াচিচ কিয় হয় আৰু কিছু প্ৰতিকাৰ -phoraisis causes, phoraisis symptoms, phoraisis prevention in Assamese
চৰিয়াচিচ- phoraisis meaning in Assamese চৰিয়াচিছক auto Immune বেমাৰৰ তালিকাত অন্তৰ্ভূক্ত কৰিছে। Auto Immune বুজিবলৈ আমি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালীৰ (Immune System) বিষয়ে জানিব লাগিব । আমাৰ শৰীৰত বেক্তেৰিয়া, ভাইৰাছ বা অন্য কোনো ৰোগৰ বীজাণু প্ৰবেশ কৰিলে আমি অসুস্থ হৈ পৰো। আমাৰ শৰীৰৰ ৰক্তকণিকা বিলাকে সেই বেমাৰৰ বীজাণুবিলাকক চিনাক্ত কৰি সেইবিলাকক মাৰিবলৈ চেষ্ঠা কৰে। …