বৃদ্ধ লোকসকলৰ আন্তৰাষ্ট্ৰীয় দিৱস”-International Day of Older Persons – বৃদ্ধাৱস্থাৰ কিছুমান ৰােগ আৰু প্ৰতিকাৰ
প্ৰতিবছৰে 1 অক্টোবৰ দিনতো সমগ্ৰ বিশ্বতে “বৃদ্ধ লোকসকলৰ আন্তৰাষ্ট্ৰীয় দিৱস”-International Day of Older Persons হিচাপে পালন কৰা হয়৷ জ্যেষ্ঠ নাগৰিকসকলৰ প্ৰতি আমাৰ দায়বদ্ধতা সোঁৱৰাই দিয়াৰ উদ্দেশ্য এই দিৱসটো সমগ্ৰ বিশ্বতে পালন কৰা হয়৷ তেওঁলোকৰ জীৱনবোৰ সুখ l, আনন্দ আৰু আশাৰে জীপাল কৰি তুলিবৰ বাবে আহক আমি এই দিনটোত সংকল্পবদ্ধ হও ৷ বর্তমান ভাৰতবৰ্ষত প্রায় ১০০ …