ডায়বেটিচ- Diabetes

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese

   ডায়বেটিচ এটি বিপাক ৰোগ (metabolic disease) যত ৰক্ত শৰ্কৰাৰ স্তৰ অধিক হয় আৰু এই সমস্যা দীৰ্ঘসময় ধৰি চলি থাকে। উচ্চ ৰক্ত শৰ্কৰাৰ মাত্ৰাৰ (diabetes blood sugar level)  কাৰণে ঘনাই ঘনাই প্ৰস্ৰাৱ, তৃষ্ণা আৰু ভোক বৃদ্ধি পায়। ডায়বেটিচৰ চিকিৎসা( diabetes treatment) নকৰিলে বহু জটিলতাই দেখা দিব পাৰে।  ডায়বেটিচৰ কাৰণে, কোনো ব্যক্তিৰ অগ্ন্যাশয়ে (pancreas) পৰ্যাপ্ত ইনচুলিন …

ডায়বেটিচ ৰোগীৰ বাবে ডায়েট চাৰ্ট -বহুমূত্ৰ ৰোগ-মধুমেহ ৰোগ-diabetes diet chart in Assamese Read More »

চমৎকাৰী পাতৰ মাজত সোমাই আছে ডায়েবেটিছৰ ঔষধ…Miracle Leaves for Diabetes In Assamese

ডায়বেটিচত ৰক্তত গ্লুকজৰ মাত্ৰা (diabetes glucose level) স্বাভাৱিকৰ পৰা অতিমাত্ৰা বৃদ্ধি পায়৷  বৰ্তমান পৰ্য্যন্ত ইয়াৰ কোনো ধৰনৰ স্থায়ী চিকিৎসা উলোৱা নাই৷ সেয়েহে, আপুনি যদি ডায়বেটিচ নিয়ন্ত্ৰণ (diabetes control) কৰিব বিচাৰে, তেন্তে আপুনি  ভাল পুষ্টিকৰ ডায়েট (diabetes diet) আৰু আপোনাৰ জীৱনশৈলীতৰ পৰিবৰ্তন আনিব লাগিব৷ ঘৰুৱা প্ৰতিকাৰৰ মাধ্যমেৰে এই ৰোগবিধ অনেকাংশ হ্ৰাস কৰিব পৰা যায়।  আঁহক জানো …

চমৎকাৰী পাতৰ মাজত সোমাই আছে ডায়েবেটিছৰ ঔষধ…Miracle Leaves for Diabetes In Assamese Read More »

ডায়েবেটিচৰ বাবে নয়নতৰা কিদৰে ব্যৱহাৰ কৰিব?- Diabetes health Benefits of Noyontora or Periwinkle in Assamese

ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাৰ বাবে এটি  আয়ুৰ্বেদিক আশ্চৰ্য হৈছে নয়নতৰা৷ (diabetes ayurvedic treatment) আয়ুৰ্বেদত নয়নতৰা ফুলক ভেষজ হিচাপে গন্য কৰা হয়, যি periwinkle বা vinca rosea  নামেও পৰিচিত।  এই ঔষধ সম্পৰ্কে জানো আঁহক৷  নয়নতৰা কি? What is Noyontora? নয়নতৰা বা পেৰিউইংকল ভাৰতৰ এটি সাধাৰণতে পোৱা উদ্ভিদ ৷  নয়নতৰা এটি চিৰসেউজ জোপোহা গছ যি শুভা …

ডায়েবেটিচৰ বাবে নয়নতৰা কিদৰে ব্যৱহাৰ কৰিব?- Diabetes health Benefits of Noyontora or Periwinkle in Assamese Read More »