জণ্ডিচ কিয় হয়? জণ্ডিচ হলে কি কৰিব কি নকৰিব? Jaundice in Assamese
জণ্ডিচ কি? What is jaundice in Assamese জণ্ডিচৰ কাৰণ হ’ল বিলিৰুবিন নামৰ এটি উপাদান, যি ৰক্তকোষত পোৱা যায়৷ যেতিয়া লিভাৰত ৰক্তকণিকা ভাঙি যায়, তেতিয়া বিলিৰুবিন নামৰ এটি হালধীয়া বৰ্ণৰ উপাদান তৈয়াৰ হয়। যেতিয়া কোনো পৰিস্থিতিত এই পদাৰ্থবিধ ৰক্তৰপৰা হৈ লিভাৰৰদ্বাৰা ফিল্টাৰ হৈ শৰীৰৰ বাহিৰ উলাই যাব সক্ষম নহয় তেতিয়াই জণ্ডিচ হোৱা বুলি কব পাৰি৷ jaundice …
জণ্ডিচ কিয় হয়? জণ্ডিচ হলে কি কৰিব কি নকৰিব? Jaundice in Assamese Read More »