কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” – Benefits of Duportenga
দুপৰটেঙা ঔষধি বৈশিষ্ট্যযুক্ত এবিধ আয়ুৰ্বেদিক উদ্ভিদ যি কিডনী পাথৰৰ ৰোগৰ লগতে মূত্ৰবিকাৰৰ চিকিৎসাৰ বাবে ব্যৱহৃত হৈ আহিছে। দুপৰটেঙা গোটেই ভাৰততে পোৱা এবিধ চিৰসেউজ উদ্ভিদ। দুপৰটেঙা-Dupor tenga দুপৰটেঙাৰ বৈজ্ঞানিক নাম– ব্রায়োফিলিয়াম পিন্যাটাম (Bryophyllum pinnatum)৷ দুপৰটেঙাক সাধাৰণতে অন্যান্য নামেৰেও জনা যায়- যেনে মিৰাকেল লিফ(Miracle leaf), এয়াৰ প্লান্ট( air plant), ক্যাথেড্রাল বেলচ( cathedral bells), লীফ অফ লাইভ(leaf of …