শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা আছে৷ লগতে বাঢ়ি অহা শিশুৰ ভিটামিন আৰু মিনাৰেলৰ আৱশ্যকতা অতি জৰুৰী ৷ ইয়াৰ অভাৱত শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশত ব্যাঘাত হয় ৷ যদি আপোনাৰ শিশুৰ খাদ্যপ্ৰনালীত কিছু আহাৰ দিবলৈ যত্ন কৰে তেন্তে আপোনাৰ শিশুৰ ভিটামিন আৰু মিনাৰেলৰ অভাৱ হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যায় ৷ শিশুৰ খাদ্য আৰু পৰিপুষ্টি শিশুৰ আহাৰত …

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids Read More »