Month: February 2020

চজিনাৰ উপকাৰিতা (Moringa oleifera lam)

চজিনা  (Moringa oleifera Lam ) চজিনা মজলীয়া আকাৰৰ গছ ৷ চিৰাৰ গাত দীঘলিয়া  থাকে৷ বীজ অনেক, ফুল বগা, পাত আৰু চিৰাত যথেষ্ট পৰিমাণে খনিজ দ্ৰব্য,ভিটামিন পোৱা যায়৷ চজিনা ‘গুৰুচ্যাদি’ বৰ্গৰ অন্তৰ্গত৷ চজিনা অত্যন উপকাৰী বনৌষধি আৰু শৰীৰৰ বহু সমস্যা নিৰাময় কৰাত সক্ষম৷ চজিনা (Moringa oleifera Lam ) চজিনা আপুনাৰ বাবে ইমানেই গুনকাৰী যে সেইবিষয়ে হয়তু বহু …

চজিনাৰ উপকাৰিতা (Moringa oleifera lam) Read More »

এজমা/হাঁপানী -ashthma in assamese

হাঁপানী এটি শ্বাসযন্ত্রৰ কাৰ্যপ্ৰণালী  বা হাওঁফাওঁ সম্পর্কিত ৰোগ। হাপানী হলে শ্বাসনলী ব্লক বা পাতল হৈ যায় যাৰফলত শ্বাস লোৱা কষ্টকৰ হৈ পৰে ৷ হাঁপানী হয় যেতিয়া শৰীৰৰ শীতল বতাহৰ সংস্পর্শ, বতাহত এলাৰ্জী, সংবেদনশীল মানসিক চাপ বা গধুৰ ব্যায়াম ইত্যাদিয়ে এটা  ট্রিগাৰৰদৰে  প্রতিক্রিয়া কৰে।  যেতিয়া শ্বাসনলী সংকীর্ণ হয়, তেতিয়া ৰোগীৰ বুকুৰ শক্তি হীনতা,  শ্বাসকষ্ট, শ্বাসলোৱা সময়ত …

এজমা/হাঁপানী -ashthma in assamese Read More »