Month: June 2020

ডায়েবেটিচৰ বাবে নয়নতৰা কিদৰে ব্যৱহাৰ কৰিব?- Diabetes health Benefits of Noyontora or Periwinkle in Assamese

ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাৰ বাবে এটি  আয়ুৰ্বেদিক আশ্চৰ্য হৈছে নয়নতৰা৷ (diabetes ayurvedic treatment) আয়ুৰ্বেদত নয়নতৰা ফুলক ভেষজ হিচাপে গন্য কৰা হয়, যি periwinkle বা vinca rosea  নামেও পৰিচিত।  এই ঔষধ সম্পৰ্কে জানো আঁহক৷  নয়নতৰা কি? What is Noyontora? নয়নতৰা বা পেৰিউইংকল ভাৰতৰ এটি সাধাৰণতে পোৱা উদ্ভিদ ৷  নয়নতৰা এটি চিৰসেউজ জোপোহা গছ যি শুভা …

ডায়েবেটিচৰ বাবে নয়নতৰা কিদৰে ব্যৱহাৰ কৰিব?- Diabetes health Benefits of Noyontora or Periwinkle in Assamese Read More »

পচতীয়া গছৰ উপকাৰিতা, কিদৰে ব্যৱহাৰ কৰিব আৰু পাৰ্শ্বক্ৰিয়া- Pochotia Benefits, uses and Side effects -Pochotia in Assamese

    পচতীয়া পেশী শিথিলতা, বিষ উপশম কৰা, উদ্বেগ আৰু হাঁপানি পৰা মুক্তি দিয়াত বহু ভাল আয়ুর্বেদীক ঔষধি। এই গছৰ বিভিন্ন অংশ বিভিন্ন স্বাস্থ্যসম্বন্ধীয় সমস্যাৰ বাবে প্রাকৃতিক প্রতিকাৰ হিচাবে আয়ুর্বেদত ব্যাপকভাবে ব্যৱহৃত হৈ আহিছে৷ সাধাৰণতে পচতীয়া বিষ নিৰাময়ৰ বাবে অন্যতম হিচাবে জনপ্ৰিয়৷ আৰু অসমৰ প্ৰতিখন ঘৰতে দেখিবলৈ পোৱা যায়৷   পচতীয়াৰ বৈজ্ঞানিক নাম- Vitex agnus …

পচতীয়া গছৰ উপকাৰিতা, কিদৰে ব্যৱহাৰ কৰিব আৰু পাৰ্শ্বক্ৰিয়া- Pochotia Benefits, uses and Side effects -Pochotia in Assamese Read More »

ছাল,চুলিৰ লগতে বিভিন্ন ৰোগৰ বাবে এৰা তেল (কেষ্টৰ অয়ল) কিদৰে ব্যৱহাৰ কৰিব? এৰা তেলৰ উপকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া- Benefits of Castor oil and side effects in Assamese

এৰা তেল (Castor oil) এৰা তেল (Castor oil) এক বনস্পতি তেল আৰু এই উদ্ভিদ মূল ৰৃপত আফ্ৰিকা আৰু ভাৰতত পোৱা যায়৷  এৰা গছৰ বৈজ্ঞানিক নাম- Ricinus communis. এৰা তেল (Castor oil) বহু পুৰনি ঔষধিযুক্ত তেল যি বহু সমস্যাৰ চিকিৎসাত ব্যৱহৃত হৈ আহিছে। এৰা তেল (Castor oil) এৰা গছৰ বীজৰপৰা প্ৰস্তুত কৰা হয়।  এৰা গছৰ বীজ …

ছাল,চুলিৰ লগতে বিভিন্ন ৰোগৰ বাবে এৰা তেল (কেষ্টৰ অয়ল) কিদৰে ব্যৱহাৰ কৰিব? এৰা তেলৰ উপকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া- Benefits of Castor oil and side effects in Assamese Read More »

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” – Benefits of Duportenga

দুপৰটেঙা ঔষধি বৈশিষ্ট্যযুক্ত এবিধ আয়ুৰ্বেদিক উদ্ভিদ যি কিডনী পাথৰৰ ৰোগৰ লগতে মূত্ৰবিকাৰৰ চিকিৎসাৰ বাবে ব্যৱহৃত হৈ আহিছে। দুপৰটেঙা গোটেই ভাৰততে পোৱা এবিধ চিৰসেউজ উদ্ভিদ। দুপৰটেঙা-Dupor tenga দুপৰটেঙাৰ বৈজ্ঞানিক নাম– ব্রায়োফিলিয়াম পিন্যাটাম (Bryophyllum pinnatum)৷ দুপৰটেঙাক সাধাৰণতে অন্যান্য নামেৰেও জনা যায়- যেনে মিৰাকেল লিফ(Miracle leaf), এয়াৰ প্লান্ট( air plant),  ক্যাথেড্রাল বেলচ( cathedral bells), লীফ অফ লাইভ(leaf of …

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” – Benefits of Duportenga Read More »

মেথি পানীৰ উপকাৰিতা, কেতিয়া খাব আৰু কেনেকৈ খাব( Fenugreek water benefits in Assamese)

মেথি পানী (Fenugreek water) মেথি পানীয়ে অলৌকিকভাবে আমাৰ স্বাস্থ্যৰ উপকাৰ কৰে। ইয়াৰ উপৰি ঘৰুৱা প্ৰতিকাৰ আৰু আৰু বহু জটিল ব্যাধি আৰু ৰোগৰ নিৰাময়ৰ বাবেও মেথি কাৰ্যকৰী৷ পৰিপাকতন্ত্ৰৰ প্ৰভাৱৰ কাৰণে মেথি ভাৰতৰ প্ৰতিটো ৰান্ধনীঘৰত  উপস্থিত।    মেথি পানীৰ উপকাৰিতা, কেতিয়া খাব আৰু  কেনেকৈ খাব( Fenugreek water benefits in Assamese)     মেথিৰ ইতিহাস সম্পৰ্কে কবলৈ গলে, …

মেথি পানীৰ উপকাৰিতা, কেতিয়া খাব আৰু কেনেকৈ খাব( Fenugreek water benefits in Assamese) Read More »

প্ৰাকৃতিকভাৱে ইউৰিক এচিড নিৰাময় কৰক-Natural Ways to Reduce Uric Acid in the Body

প্ৰাকৃতিকভাৱে ইউৰিক এচিড নিৰাময় কৰক-Natural Ways to Reduce Uric Acid in the Body Highlights ৰক্তত ইউৰিক এচিড (Uric Acid)ৰ মাত্ৰা বৃদ্ধিৰ অৰ্থ কী?-High uric acid level in Assamese ইউৰিক এচিড (Uric Acid) বৃদ্ধিৰ লক্ষণসমূহ- Uric acid high symptoms in Assamese ৰক্তত ইউৰিক এচিড (Uric Acid) কিয় বৃদ্ধি হয়?-What Causes High Uric Acid levels in the …

প্ৰাকৃতিকভাৱে ইউৰিক এচিড নিৰাময় কৰক-Natural Ways to Reduce Uric Acid in the Body Read More »

কিদৰে খাব নহৰু আৰু মৌ মিশ্ৰন? ইয়াৰ অভূতপূৰ্ব উপকাৰিতা বিষয়ে জানো আঁহক- How to eat Honey and Garlic in Assamese

আপুনি প্ৰায়ে অসুস্থ হৈ থাকেনি?  যদি হয় তেন্তে  সম্ভৱত এই লক্ষণে বুজাই যে আপুনাৰ ইমিউনিটি সিস্টেম বা প্ৰতিৰক্ষা প্ৰণালী আগৰ দৰে শক্তিশালী হৈ থকা নাই।  এজন ব্যক্তিৰ সুস্থ হোৱাৰ বাবে, তেওঁৰ প্ৰতিৰোধ ব্যৱস্থা শক্তিশালী ৰখা প্ৰয়োজন যাতে তেওঁ বিভিন্ন ৰোগৰ লগত যুঁজ কৰিব পাৰে বা প্ৰতিৰোধ কৰিব পাৰে৷ যি ব্যক্তিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, তেওঁৰ …

কিদৰে খাব নহৰু আৰু মৌ মিশ্ৰন? ইয়াৰ অভূতপূৰ্ব উপকাৰিতা বিষয়ে জানো আঁহক- How to eat Honey and Garlic in Assamese Read More »

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese

প্ৰচুৰ পৰিমাণে তৰল পদাৰ্থ সেৱন কৰিলে কিডনী সমস্যা প্ৰতিৰোধ কৰাত সহায়ক হয়৷ বিশেষকৈ, অত্যাধিক পানী সেৱন অতি লাভদায়ক৷ কিডনী পাথৰৰ সমস্যাত ডাক্তৰে প্ৰতিদিনে ৬ ৰপৰা ৮ গিলাচ পানী সেৱন কৰাৰ পৰামৰ্শ দিয়ে৷ এক অধ্যয়ন অনুসৰি, নিজৰ খাদ্যপ্ৰনালীত পৰিবৰ্তন আনি উচ্চ ৰক্তচাপৰদৰে সমস্যাৰ পৰা উপশম লাভ কৰিব পৰা যায়৷ ইয়াৰ উপৰি, DASH ডায়েটৰ জৰিয়তেও কিডনী পাথৰ …

কিডনী স্টন বা পাথৰত কিছু ঘৰুৱা প্ৰতিকাৰ/ Kidney Stone Home Remedies in Assamese Read More »

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক – Kidney Stone in Assamese

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক কিডনী পাথৰ (স্টোন) মিনাৰেল আৰু নিমখৰদ্বাৰা তৈয়াৰি  হয়৷ ইয়াৰ আকাৰ বালিৰ দানাৰ দৰে সৰু নতুবা গল্ফ বলৰ দৰ বৃহত্তৰ হব পাৰে। এই কিডনী পাথৰ আপোনাৰ কিডনী থাকিব পাৰে বা  মূত্ৰনলীৰ মাধ্যমেৰে আপোনাৰ শৰীৰৰপৰা বাহিৰ উলাই যাব পাৰে৷ মূত্ৰনলীত কিডনী (kidney), মূত্ৰনলী(Ureter), মূত্ৰাশয়(Bladder) আৰু মূত্ৰমাৰ্গ(Urethra) থাকে। …

কিডনী স্টন বা পাথৰ কিয় হয়? জানক আৰু সাৱধান থাকক – Kidney Stone in Assamese Read More »

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese

অসন্তোলিত খাদ্য গ্ৰহন আৰু পৰ্যাপ্ত পুষ্টিকৰ খাদ্য নোখোৱাৰ বাবেই কলেষ্টৰেল বঢ়াৰ সম্ভাৱনা থাকে ৷ কলেষ্টৰেল এটি ম’মৰ দৰে পদাৰ্থ যি দেহৰ সমস্ত কোষত পোৱা যায়৷ হৰমন, ভিটামিন ডি, আৰু অন্য পদাৰ্থৰ গঠনত কলেষ্টৰেলে সহায়তা কৰে৷ লগতে কলেষ্টৰেলে খাদ্য হজমতো সহায়তা কৰে৷ যেতিয়ালৈকে শৰীৰত ইয়াৰ স্তৰ সন্তুোলিত হৈ থাকে তেতিয়ালৈকে কলেষ্টৰেল উপকাৰী৷ কিন্ত্ত, কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি …

কলেষ্টৰেল হলে কি কৰিব? কি কি খাব আৰ কি নাখাব? সম্পূৰ্ণ ডায়েট চাৰ্ট জানো আঁহক- Choestorel in Assamese Read More »