Month: August 2020

চমৎকাৰী পাতৰ মাজত সোমাই আছে ডায়েবেটিছৰ ঔষধ…Miracle Leaves for Diabetes In Assamese

ডায়বেটিচত ৰক্তত গ্লুকজৰ মাত্ৰা (diabetes glucose level) স্বাভাৱিকৰ পৰা অতিমাত্ৰা বৃদ্ধি পায়৷  বৰ্তমান পৰ্য্যন্ত ইয়াৰ কোনো ধৰনৰ স্থায়ী চিকিৎসা উলোৱা নাই৷ সেয়েহে, আপুনি যদি ডায়বেটিচ নিয়ন্ত্ৰণ (diabetes control) কৰিব বিচাৰে, তেন্তে আপুনি  ভাল পুষ্টিকৰ ডায়েট (diabetes diet) আৰু আপোনাৰ জীৱনশৈলীতৰ পৰিবৰ্তন আনিব লাগিব৷ ঘৰুৱা প্ৰতিকাৰৰ মাধ্যমেৰে এই ৰোগবিধ অনেকাংশ হ্ৰাস কৰিব পৰা যায়।  আঁহক জানো …

চমৎকাৰী পাতৰ মাজত সোমাই আছে ডায়েবেটিছৰ ঔষধ…Miracle Leaves for Diabetes In Assamese Read More »

ঘৰুৱা প্ৰতিকাৰেৰে কোষ্ঠকাঠিন্য নিৰাময়- Constipation Home Remedies In Assamese

আধুনিক জীৱন শৈলীত অভ্যস্ত মানুহৰ প্রতি দহজনৰ ভিতৰত চাৰি জনেই কোষ্ঠবদ্ধতা বা কোষ্ঠকাঠিন্যৰ চিকাৰ হৈছে । পাচনতন্ত্ৰৰ দুর্বলতা , খাদ্যত আঁহৰ অভাৱ আদি কাৰণতে কোষ্ঠবদ্ধতা হয়৷ আচলতে পুষ্টি দ্রব্যৰ ওপৰঞ্চিভাৱে আমাৰ খাদ্যত এনে কিছুমান দ্রব্যও দৰকাৰ হয়, যিবিলাকে শৰীৰৰ পৰা মল নিষ্কাশন কৰাত সহায় কৰে৷ সেয়ে আমাৰ খাদ্যত চেলুলােজযুক্ত খাদ্য পদার্থ থাকিব লাগে, কাৰণ খাদ্যৰ …

ঘৰুৱা প্ৰতিকাৰেৰে কোষ্ঠকাঠিন্য নিৰাময়- Constipation Home Remedies In Assamese Read More »

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো (Leucoderma or Vitiligo) কি? What is Vitiligo? বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো (Leucoderma or Vitiligo) নামেৰেও পৰিচিত।  ভিটিলিগো এনে এটি বিকাৰ যাৰ ফলত শৰীৰৰ বিভিন্ন অংশৰ ত্বকত বগা দাগ পৰিব ধৰে৷ ই এক অট’ইমিউন ডিজিজ হয়(Autoimmune disease), যাৰ ফলত ব্যক্তিৰ ৰোগ প্ৰতিৰোধক ক্ষমতায়ে তেওঁৰ ত্বকক ক্ষতি কৰিব ধৰে৷ ই শৰীৰৰ …

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo in Assamese Read More »

লাউৰ ৰস খাওক আৰু নিৰোগী হৈ থাকক- Health Benefits Of Lauki or Bottle Gourd In Assamese

লাউ-Bottle gourd বৈজ্ঞানিক নাম : Lagenaria siceraria লাউ ৰস-About Bottle Gourd/Lauki juice in Assamese গৰমত আপোনাৰ ডায়েটত  জুইস বা ফলমূলৰ ৰস যুক্ত কৰাৰ চেষ্টা কৰা উচিত, যাতে শৰীৰত পানীৰ অভাৱ নঘটে। এই গৰমত লাউ ৰস অতি উত্তম পানীয়৷ যিসকলে লাউ ৰস পান কৰি পোৱা নাই তেওঁলোকে হয়তু ভাবিব পাৰে যে ইয়াৰ সোৱাদ কেনে হব? আপোনাক …

লাউৰ ৰস খাওক আৰু নিৰোগী হৈ থাকক- Health Benefits Of Lauki or Bottle Gourd In Assamese Read More »

প্ৰস্ৰাৱৰ সংক্ৰমণ, কাৰন, লক্ষণ আৰু ঘৰুৱা প্ৰতিকাৰ- Home Remedies For Urine Infection In Assamese

মূত্ৰনলীৰ সংক্ৰমণ (UTI)- Urinary Track Infection মূত্ৰনলীৰ সংক্ৰমণ (ইউৰিন ইনফেকচন বা ইউটিআই-UTI) হ’ল অণুজীৱ (মাইক্ৰোস্কোপবিহীন জীৱ) দ্বাৰা সৃষ্ট সংক্ৰমণ।বেছিভাগ ইউটিআই বেক্টেৰিয়াৰ কাৰণে হয় যদিও কেতিয়াবা কেতিয়াবা ভেঁকুৰ আৰু ভাইৰাচৰ দ্বাৰাও সৃষ্টি হব পাৰে৷ ই মানুহৰ মাজত হোৱা আটাইতকৈ সাধাৰণ সংক্ৰমণ।   ইউটিআই মূত্ৰমাৰ্গৰ যি কোনো স্থানতে হব পাৰে। মূত্ৰমাৰ্গ মানে কিডনী, মূত্ৰবাহিনী(Ureters), মূত্ৰাশয়(bladder)আৰু মূত্ৰমাৰ্গ(urethra) আদি সকলোতে …

প্ৰস্ৰাৱৰ সংক্ৰমণ, কাৰন, লক্ষণ আৰু ঘৰুৱা প্ৰতিকাৰ- Home Remedies For Urine Infection In Assamese Read More »

পলাশ গছৰ ঔষধীয় গুনৰ বিষয়ে জানেনে? -Palash benefits and uses

পলাশৰ কথা লিখিব গলেই মনলৈ আহে এটি বিখ্যাত গানৰ কলি- “পলাশৰে ৰং কোনেনো সানিলে… ” কিন্ত্ত পলাশ গছ কেৱল কবিতা বা গানতেই সীমাবদ্ধ নহয়৷ ইয়াৰ অত্যন্ত উপকাৰী গুন আছে যাৰদ্বাৰা বহু বেমাৰ নিৰাময় কৰিব পৰা যায়৷ আঁহক পলাশৰ বিষয়ে নতুন কিছু কথা জানি লওঁ৷  পলাশৰ পৰিচয়: Introduction of Palash পলাশ মূলত এটি ভাৰতীয় গছ আৰু …

পলাশ গছৰ ঔষধীয় গুনৰ বিষয়ে জানেনে? -Palash benefits and uses Read More »

জিৰা পানীৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া- Cumin Water Benefits,uses and Side effects

জিৰা পানী স্বাস্থ্যৰ পক্ষে ভালনে?Is jeera water good for health in Assameseহয়, জিৰা পানী পান কৰা স্বাস্থ্যৰ পক্ষে অত্যন্ত ভাল। চিকিৎসা গবেষণা অনুসৰি, জিৰায়ে সংক্ৰমণ আৰু কেন্সাৰৰ দৰে মাৰাত্মক সমস্যা প্ৰতিৰোধ কৰাত সহায়ক ভূমিকা লব পাৰে। ইয়াৰ উপৰি, ই হাঁপানি, ডায়বেটিচ, ইমিউনিটি চিস্টেম, স্ট্ৰেস, হজম, মূৰ বিষ আৰু চালৰ সমস্যাও উন্নত কৰি তুলিব পাৰে। জিৰা …

জিৰা পানীৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া- Cumin Water Benefits,uses and Side effects Read More »

থাইৰয়ডৰ কাৰন, লক্ষণ, চিকিৎসা আৰু ঘৰুৱা প্ৰতিকাৰ – Thyroid Causes, Symptoms and Home Remedies In Assamese

  থাইৰয়ড কি ?- What is thyroid? -Thyroid ki?   থাইৰয়ড গ্ৰন্থি আমাৰ গলৰ আগৰ শ্বাসনলীত থাকে আৰু ইয়াৰ আকাৰ পখিলাৰ দৰে হয় ৷ থাইৰয়ড গ্ৰন্থিৰ ভূমিকা:-থাইৰয়ড গ্ৰন্থিৰ যোগেদি আমাৰ শৰীৰৰ মেটাবলিজম নিয়ন্ত্ৰণ হৈ থাকে ৷ তদুপৰি এই গ্ৰন্থিয়ে নিশ্চিত কৰে যি আমাৰ মস্তিস্ক, হৃদয়, মাংসপেশী, লিভাৰ বা আমাৰ শৰীৰৰ অন্য অংগবোৰে কিমান তীব্ৰতাৰে বা লাহে …

থাইৰয়ডৰ কাৰন, লক্ষণ, চিকিৎসা আৰু ঘৰুৱা প্ৰতিকাৰ – Thyroid Causes, Symptoms and Home Remedies In Assamese Read More »

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া

দুবৰি বন- Durva grass আচাৰ্য শ্রী বালকৃষ্ণ, পতঞ্জলি  দুবৰি বনৰ পৰিচয়- Introduction of Durva grass দুবৰি বন ভাৰতৰ এটি পবিত্ৰ উদ্ভিদ হিচাবে বিবেচনা কৰা হয়৷ তুলসীদাসে তেওঁৰ লিখনিত দুবৰিক শ্রদ্ধা জনায় লিখিছে – “ৰাম দুৰ্বাদল শ্যাম, পদ্যাক্ষা পিতাবাসসা”‘(“राम दुर्वादल श्याम, पद्याक्षं पीतावाससा।৷’’) আচার্য সুশ্রুতয়েও কিশোৰসকলৰ বাবে শ্বেত-দুবৰিক শক্তিবৰ্ধক বুলি অভিহিত কৰিছে। দুবৰি বন হিন্দুসকলৰ বাবে …

Durba Grass In Assamese- দুবৰি বনৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া Read More »

বেলৰ উপকাৰিতা আৰু ব্যৱহাৰ- Benefits and Uses Of Bael Fruit In Assamese

বেল – Bael Fruit বিভিন্ন ভাষাত বেলৰ নাম-Name of Bael in Different Languages বেলৰ বটানিকেল নাম Aegle marmelos হয়৷ ই Rutaceae বংশৰ হয়৷   বেল অন্যান্য ভাষাসমূহত এই নামেৰে পৰিচিত- সংস্কৃতত – বিল্ব, শান্দিল্যা, শৈলুশ, মালুৰ, শ্ৰীফল, কন্তকি, সদাফাল,, গ্ৰন্থিল, গোহৰিতকী, মালুৰ, ত্ৰিশিখ, মহাফল, শৈল্য, গন্ধফল, দুৰাৰুহ, শিবম, সত্যফল, সুনীতিক, সমীৰসাৰ, সত্যধৰ্ম, সীতানন, নীলমল্লিক, পীতফল, সোমহৰিতকী, …

বেলৰ উপকাৰিতা আৰু ব্যৱহাৰ- Benefits and Uses Of Bael Fruit In Assamese Read More »