Month: October 2020

এনিমিয়া- কাৰন, লক্ষণ আৰু সাৱধানতা- Anemia in assamese

এনিমিয়া (anemia) what is anemia?- in assamese     হিম’গ্লবিনৰ কম হোৱা অৰ্থাৎ ৰক্তহীনতা (anemia) এটি গুৰুতৰ সমস্যা যি নিৰ্দিষ্ট ধৰণৰ ভিটামিন আৰু খনিজৰ অভাৱৰ ফলত ঘটে।  সুষম ডায়েট নোখাৱাৰ ফলত পুষ্টিৰ অভাৱ আৰু অপুষ্টিগত সমস্যা দেখা দিব পাৰে।  শিশু আৰু গৰ্ভবতী মহিলাসকলৰ মাজত এই অৱস্থা আৰু মাৰাত্মক হৈ উঠে।  হিম’গ্লবিনৰ অভাৱৰ কাৰণে(anemia) ৰক্ত ​​প্ৰবাহত …

এনিমিয়া- কাৰন, লক্ষণ আৰু সাৱধানতা- Anemia in assamese Read More »

আপুনিও মবাইল আসক্ত নি? প্ৰযুক্তিৰ প্ৰতি থকা আসক্তি বিষয়ে জানো আঁহক- mental health in assamese

“Technology is a useful servant but a dangerous master.”    -Christian Lous Lange. আজি আমি এনে এখন পৃথিবীত বাস কৰিছো যিখন পৃথিৱী প্রযুক্তি, ডিজিটেল স্ক্রিন আৰু স্মার্টফোন ইত্যাদিয়ে আমাৰ চৌপাশ আগুৰি আছে ৷ আমি গোটেই দিনৰাতি এই প্ৰযুক্তিৰ লগতে থাকো ৷ এইসমূহ কাৰনত আমাৰ মানসিক শক্তি দুৰ্বল হৈ পৰিছে আৰু বহু লোক স্ট্ৰেচ বা ডিপ্ৰেছনত (depression) ভুগিছে৷ …

আপুনিও মবাইল আসক্ত নি? প্ৰযুক্তিৰ প্ৰতি থকা আসক্তি বিষয়ে জানো আঁহক- mental health in assamese Read More »

কলেষ্টৰেল সঁচাকৈয়ে বেয়ানে? কলেষ্টৰেল কিমান হলে হাৰ্টৰ বাবে সংকতজনক? -cholestorel high,cholesterol level, cholesterol symptoms,cholesterol control in assamese

 লেখকঃ ডাঃ নয়নজ্যোতি হাজৰিকা  Contact-6000672185 কলেষ্টৰেল কি? cholesterol- in assamese cholesterol definition-in assamese কলেষ্টৰেল (cholesterol) এটি চৰ্বিযুক্ত উপাদান যি লিভাৰৰদ্বাৰা উৎপাদিত হয়। ই দেহৰ কোষসমূহৰ স্বাস্থ্যৱান কৰে, ভিটামিন ডি, হজম প্ৰক্ৰিয়াত, হৰমন তৈয়াৰ কৰা আৰু হৰমনসমূহক ঠিকমতে ৰখাৰ কাম কৰে। কলেষ্টৰেল আমাৰ দেহৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।  হৰমন নিয়ন্ত্ৰণত কলেষ্টৰেলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। লিভাৰে শৰীৰৰ …

কলেষ্টৰেল সঁচাকৈয়ে বেয়ানে? কলেষ্টৰেল কিমান হলে হাৰ্টৰ বাবে সংকতজনক? -cholestorel high,cholesterol level, cholesterol symptoms,cholesterol control in assamese Read More »

অৰুচি আৰু ইয়াৰ প্ৰতিকাৰ- Aruchi hale ki karibo? Distaste, Dislike of food or food aversion in Assamese/Anorexia

Dr.Nayanjyoti Hazarika Contact- 6000672185, Nalbari অৰুচি কি? What is food aversion? Aruchi ki ? অৰুচি  হল খাদ্যৰ প্ৰতি ব্যক্তি এজনৰ অনিহা আৰু লগতে তেওঁ খাদ্যৰ জুতি নোপোৱাটোকে বুজায়। (distaste dislike of food or food aversion) অৰুচি কোনো এক ৰোগ নহয় কিন্তু ই শৰীৰৰ আভ্যন্তৰীণত হৈ থকা কোনো এক ৰোগৰ বাহ্যিক ভাৱে দেখা এক উপসৰ্গ হব …

অৰুচি আৰু ইয়াৰ প্ৰতিকাৰ- Aruchi hale ki karibo? Distaste, Dislike of food or food aversion in Assamese/Anorexia Read More »

ফিজিওথেৰাপি (physiotherapy)য়ে দিয়ে যিকোনো বিষৰপৰা মুক্তি- Physical therapy/physiotherapy

লেখক -Dr. Sujeet Kumar(PT), Gopalganj আধুনিক জীৱনযাত্ৰা, খাদ্য অসতৰ্কতা আৰু দেহৰ খনিজসমূহৰ অভাৱৰ কাৰণে শৰীৰৰ জয়ন্ট অৰ্থাৎ গাঠিসমূহৰ বিষ এটি সাধাৰণ ৰোগত পৰিণত হৈছে।  শীত ঋতুত শৰীৰৰ বহু অংশত বিষ হোৱা দেখা যায়৷ ইয়াক ফিজিওথেৰাপি(physiotherapy) আৰু পেশাগত থেৰাপিৰ জৰিয়তে আৰোগ্য লাভ কৰিব পৰা যায়।  পোণপ্ৰথমে এজন ব্যক্তিয়ে এনে বিষৰপৰা আৰোগ্য লাভ কৰিবৰ বাবে তেওঁৰ জীৱনশৈলীৰ …

ফিজিওথেৰাপি (physiotherapy)য়ে দিয়ে যিকোনো বিষৰপৰা মুক্তি- Physical therapy/physiotherapy Read More »

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes.

এজমা বা হাঁপানী কি? asthmatic meaning in Assamese নাকেৰে উশাহ লওতে বায়ু ট্ৰেকিয়া নামৰ এক নলীকাৰ মাজেদি পৰিবাহিত হয়৷ এই ট্ৰেকিয়া নলীডাল দুটা ভাগত বিভক্ত৷ ইয়াক ব্ৰংকাচ বুলি কোৱা হয়৷ ইয়াৰ একেবাৰে সৰু নলীডালক কোৱা হয় ব্ৰংকিউল৷ ইয়াৰ পিছত নলীডাল হাওঁফাওঁত সোমায়৷ গতিকে, আমি উশাহ লওতে বায়ু অসংখ্য ব্ৰংকিউলৰ মাধ্যমেৰে প্ৰবাহিত হয় অৰ্থাৎ শ্বাসপ্ৰশ্বাস পৰিবাহিত …

এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes. Read More »

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

ৰাতিপুৱা পানী খোৱাৰ উপকাৰিতা – Drinking water in the morning empty stomach in Assamese আয়ুৰ্বেদৰ মতে সূৰ্য উদয় হোৱাৰ আগে খালী পেটত পানী খোৱাৰ পৰামৰ্শ দিয়া হয়। “উষাপান” দুটি শব্দৰে গঠিত – উষা আৰু পান।  উষা মানে আকাশত যেতিয়া সূৰ্য্যৰ পোহৰ দেখা আৰম্ভ হয় কিন্ত্ত সূৰ্য উদয় নহয়। এয়া সূৰ্যোদয়ৰ 20 পৰা 30 মিনিট আগে …

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese Read More »

চৰিয়াচিচ কিয় হয় আৰু কিছু প্ৰতিকাৰ -phoraisis causes, phoraisis symptoms, phoraisis prevention in Assamese

চৰিয়াচিচ- phoraisis meaning in Assamese চৰিয়াচিছক auto Immune বেমাৰৰ তালিকাত অন্তৰ্ভূক্ত কৰিছে। Auto Immune বুজিবলৈ আমি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালীৰ (Immune System) বিষয়ে জানিব লাগিব । আমাৰ শৰীৰত বেক্তেৰিয়া, ভাইৰাছ বা অন্য কোনো ৰোগৰ বীজাণু প্ৰবেশ কৰিলে আমি অসুস্থ হৈ পৰো। আমাৰ শৰীৰৰ ৰক্তকণিকা বিলাকে সেই বেমাৰৰ বীজাণুবিলাকক চিনাক্ত কৰি সেইবিলাকক মাৰিবলৈ চেষ্ঠা কৰে। …

চৰিয়াচিচ কিয় হয় আৰু কিছু প্ৰতিকাৰ -phoraisis causes, phoraisis symptoms, phoraisis prevention in Assamese Read More »

জাতিৰ পিতা মহাত্মা গান্ধীৰ সুস্বাস্থ্যৰ ৰহস্য কি আছিল?তেখেতৰ কেইটিমান মূল্যবান উক্তি জানো আঁহক…Mahatma gandhi quotes and information in Assamese

জাতিৰ পিতা মহাত্মা গান্ধী (mahatma gandhi)ৰ আজি 151 বছৰীয়া জন্মজয়ন্তী৷ তেওঁলৈ সশ্ৰদ্ধ প্ৰণাম  জনাইছো৷ তেখেতৰ বিষয়ে বহু কথা শুনিছে (mahatma gandi information) যদিও তেখেতৰ সুস্বাস্থ্যৰ দুটামান কথা আগবঢ়ালো৷ তেখেতৰ পদপথ অনুসৰণ কৰিলে আপুনালোকেও নিশ্চয় উদ্যমী আৰু ৰোগ প্ৰতিৰোধ কৰাৰ শক্তি আহৰণ কৰিবলৈ সক্ষম হব৷ উল্লেখযোগ্য যে, তেখেতৰ মৃত্যুৰ সময়ত ওজন আছিল 46.7 কিলোগ্ৰাম৷ তেওঁৰ 70 …

জাতিৰ পিতা মহাত্মা গান্ধীৰ সুস্বাস্থ্যৰ ৰহস্য কি আছিল?তেখেতৰ কেইটিমান মূল্যবান উক্তি জানো আঁহক…Mahatma gandhi quotes and information in Assamese Read More »

বৃদ্ধ লোকসকলৰ আন্তৰাষ্ট্ৰীয় দিৱস”-International Day of Older Persons – বৃদ্ধাৱস্থাৰ কিছুমান ৰােগ আৰু প্ৰতিকাৰ

প্ৰতিবছৰে 1 অক্টোবৰ দিনতো সমগ্ৰ বিশ্বতে “বৃদ্ধ লোকসকলৰ আন্তৰাষ্ট্ৰীয় দিৱস”-International Day of Older Persons হিচাপে পালন কৰা হয়৷ জ্যেষ্ঠ নাগৰিকসকলৰ প্ৰতি আমাৰ দায়বদ্ধতা সোঁৱৰাই দিয়াৰ উদ্দেশ্য এই দিৱসটো সমগ্ৰ বিশ্বতে পালন কৰা হয়৷ তেওঁলোকৰ জীৱনবোৰ সুখ l, আনন্দ আৰু আশাৰে জীপাল কৰি তুলিবৰ বাবে আহক আমি এই দিনটোত সংকল্পবদ্ধ হও ৷  বর্তমান ভাৰতবৰ্ষত প্রায় ১০০ …

বৃদ্ধ লোকসকলৰ আন্তৰাষ্ট্ৰীয় দিৱস”-International Day of Older Persons – বৃদ্ধাৱস্থাৰ কিছুমান ৰােগ আৰু প্ৰতিকাৰ Read More »