লিউকোৰিয়া/ বগাস্ৰাৱ / শ্বেতপ্ৰদৰ ৰোগ কিয় হয়- কিছু ঘৰুৱা প্ৰতিকাৰ আৰু সাৱধানতা-Leucorrhea/ white descharge in assamese
মহিলাসকলে প্ৰজনন অঙ্গৰ লগত জড়িত বিভিন্ন ধৰণৰ স্বাস্থ্য সমস্যাৰ সম্মুখীন হয়। যেতিয়া লিউকোৰিয়া (leucorrhoea) ৰোগ দেখা দিয়ে তেতিয়া মহিলাৰ যোনীমাৰ্গেৰে বগাস্ৰাৱ (white descharge) বাহিৰ হোৱা আৰম্ভ হয়। যোনিৰ এটি স্ব-পৰিষ্কাৰকৰণ প্ৰক্ৰিয়া (self-cleansing mechanism) আছে যি পাতল স্ৰাৱৰ মাধ্যমেৰে যি কোনো বাহ্যিক কণা দূৰ কৰে। এয়া সম্পূৰ্ণভাৱে স্বাভাবিক আৰু উদ্বেগৰ কোনো কাৰন নাই৷ …