Enter your email address:

Delivered by FeedBurner

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ সৰ্বোত্তম উপায়- How to boost immune power in assamese

আপোনাৰ ৰান্ধনীঘৰৰ চাৰিটা খাদ্যবস্তুৰ ব্যৱহাৰ কৰি আপনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (immunity) বৃদ্ধি হোৱাৰ লগতে আপুনি স্বয়ংক্ৰিয়ভাবে বহু ৰোগৰপৰা ৰক্ষা পাব পাৰে।

এই খাদ্যবস্তুৰ বিষয়ে জনাৰ পিছত, আপুনি বুজিব পাৰিব যে আমাৰ ৰান্ধনীঘৰৰ ব্যৱহৃত খাদ্যদ্ৰৱ্যসমূহ ৰোগ প্ৰতিৰোগ ক্ষমতা গঢ়ি তুলাৰ বাবে এক বৰদানতকৈ কম নহয়৷ গতিকে আঁহক জানো এই চাৰিটা খাদ্যদ্ৰৱ্য বিষয় সম্পৰ্কে।

ধনীয়া – ধনীয়া কিবা নহয় কিবা উপায়েৰে খাই থাকক, সেয়া লাগিলে চাটনি, শাকসব্জিতে যোগ কৰি খাওক বা গোটা ধনিয়া গুঁড়ি কৰি সেকি লৈ অলপ অলপ চোবাই খাওক৷ ই আপনাৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি তুলিব৷

হালধী – প্ৰতিদিন যি কোনো উপায়ে পিচি লোৱা হালধী গ্ৰহণ কৰিলে অনেক সৰু সৰু ৰোগৰ পৰা ৰক্ষা পাব পাৰি।

জালুক – জালুক সকলো ধৰণৰ বেক্টেৰিয়া আৰু ভাইৰাচ ধ্বংস কৰাৰ ক্ষমতা আছে৷ এটি বায়ু ব্যথা পৰা মুক্ত ৰাখে, আহাৰ হজম কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷

আদা বা শুকান আদা – যি কোনো উপায়ে আদা বা শুকান আদা খালে আপনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় আৰু  ঋতুজনিত ৰোগ প্ৰতিৰোধ কৰে।

ভাল ফলাফল পাবলৈ এইসমূহ খাদ্যদ্ৰব্য বেলেগ বেলেগকৈ ব্যৱহাৰ নকৰি একেলগে কৰিব বিচাৰে তেন্তে তলত দিয়া পদ্ধতি ব্যৱহাৰ কৰিব পাৰে৷ এই পদ্ধতিৰ সাহায্যত গোটেইখিনি পিচি লৈ বটলত সাফৰ মাৰি ৰাখি থব পৰা যায় আৰু  প্ৰতিদিনে ইয়াৰ এক চামুচ খাওক। আৰু যদি আপুনি ইয়াক সুস্বাদু কৰিব বিচাৰে তেন্তে  আপুনি ইয়াৰ লগত মিচিৰি মিশ্ৰিত কৰিব পাৰে৷।

পদ্ধতিঃ

 ধনিয়া – 100 গ্ৰাম,

 হালধী – 50 গ্ৰাম।

 জালুক – 10 গ্ৰাম।

 শুকান আদা – 50 গ্ৰাম।

 মিচিৰি – 200 গ্ৰাম (ইচ্ছা অনুযায়ী)

যদি আপুনি ডায়বেটিচ আক্ৰান্ত তেন্তে আপুনি চেনি বা মিচিৰি যুক্ত কৰাৰ আগে আপোনাৰ ডাক্তৰৰ লগত পৰামৰ্শ কৰা উচিত।  

এটি অনুৰোধ যদিহে মোৰ লিখনিসমূহে কিঞ্চিত মাত্ৰ হলেও আপোনালোক উপকৃত হৈছে লিখনিটোৰ শেষলৈ থকা subscribe option তোত নিজৰ email id দি subscribe কৰিলে অতিকৈ সুখী হম আৰু আগন্তুক দিনলৈ ন ন লিখনি লৈ আহিবলৈ উৎসাহিত হম ৷ ধন্যবাদ

Read this article in english, click here- The Best Way To Increase Immunity — These Four Things Are In Your Kitchen

Leave a Comment

Your email address will not be published. Required fields are marked *

Enter your email address:

Delivered by FeedBurner