এচিডিটি দূৰ কৰাৰ ঘৰুৱা উপায়- Home Remedies For Getting Relief From Acidity

অম্লপিত্ত বা এচিডিটি (acidity) হলে বুকু আৰু উদৰত জ্বলন বা বিষ হয় যি পেটৰ এচিডৰ অত্যাধিক মাত্ৰাত হোৱাৰ ফলত হয়৷ ইয়াক পেটৰ জ্বলন হলে ধৰিব পৰা যায়৷ এই সমস্যা প্ৰায় সংখ্যাক লোকৰে হোৱা দেখা যায়৷

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ সৰ্বোত্তম উপায়- How to boost immune power in assamese

আপোনাৰ ৰান্ধনীঘৰৰ চাৰিটা খাদ্যবস্তুৰ ব্যৱহাৰ কৰি আপনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (immunity) বৃদ্ধি হোৱাৰ লগতে আপুনি স্বয়ংক্ৰিয়ভাবে বহু ৰোগৰপৰা ৰক্ষা পাব পাৰে। এই খাদ্যবস্তুৰ বিষয়ে জনাৰ পিছত, আপুনি বুজিব পাৰিব যে আমাৰ ৰান্ধনীঘৰৰ ব্যৱহৃত খাদ্যদ্ৰৱ্যসমূহ ৰোগ প্ৰতিৰোগ ক্ষমতা গঢ়ি তুলাৰ বাবে এক বৰদানতকৈ কম নহয়৷ গতিকে আঁহক জানো এই চাৰিটা খাদ্যদ্ৰৱ্য বিষয় সম্পৰ্কে। ধনীয়া – ধনীয়া …

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ সৰ্বোত্তম উপায়- How to boost immune power in assamese Read More »

The Best way to increase immunity — these four things are in your kitchen

Today, we’re going to inform you that 4 such things used every day to your kitchen could be substantially boosted through your immunity, and you’ll automatically be saved from many diseases. After understanding this stuff, you may once more realize that this stuff used in our kitchen are nothing less than a boon to increase …

The Best way to increase immunity — these four things are in your kitchen Read More »

মাহেকীয়াৰ সময়ত হােৱা অসহ্য পেটৰ বিষ- Menstrual cramp in assamese

Dr. Manoj Kumar Saikia, Sr. Medical Officer at Borkoka MPHC মাহেকীয়া হােৱাৰ সময়ত বহুতাে যুৱতী আৰু মহিলাৰ পেটৰ বিষ হােৱাটোক আয়ুর্বেদিকত কষ্ট আর্তৱ বােলা হয়। এই সময়ত জৰায়ু, কঁকাল আৰু তলপেটত অসহ্য বিষ হয় কাৰণে যাতনা ভূগিব লগীয়া (Dysmenorrhoea) হয়। কষ্ট আর্তব দুই প্রকাৰৰ।  কিছুমান যুৱতী আৰু কম বয়সীয়া তিৰােতাৰ জৰায়ু গ্রীবা ঠেক হােৱা কাৰণে …

মাহেকীয়াৰ সময়ত হােৱা অসহ্য পেটৰ বিষ- Menstrual cramp in assamese Read More »

আয়ুর্বেদিক চিকিৎসাৰে মদ্যপান এৰােৱা উপায়-ALCOHOL DEADDICTION AYURVEDIC TREATMENT

Dr Brinchi Boruah, MD ( Ayurveda )  নিয়ন্ত্রিত মদ্যপান ক ৰােগ হিচাপে পৰিগণিত কৰা নহয় যদিও অনিয়ন্ত্রিত মদ্যপান ক Alcohol Related Disorder হিচাপে পৰিগণিত কৰা হয়৷ যি জটিল ৰােগৰ সৃষ্টি কৰিব পাৰে৷ এই Alcohol Related Disorder নাইবা Alcohol Used Disorder Do Alcohol Dependence, alcohol withdrawal syndrome , Alcohol induced sexual dysfunction, Alcohol Induced sleep disorder আৰু …

আয়ুর্বেদিক চিকিৎসাৰে মদ্যপান এৰােৱা উপায়-ALCOHOL DEADDICTION AYURVEDIC TREATMENT Read More »

অমৃততুল্য ত্ৰিফলা প্ৰস্তুত কৰা পদ্ধতি- ঋতু অনুযায়ী ত্ৰিফলা কেনেদৰে খোৱা উচিত- Triphala churna benefits in Assamese

ত্ৰিফলা (triphala) মানে তিনিবিধ ফলৰ মিশ্ৰন৷ শিলিখা, ভোমোৰা তথা আমলখী ফলত সমপৰিমাণৰ মিশ্ৰনক ত্ৰিফলা (triphala) বুলি কোৱা হয়, ত্ৰিফলা (triphala)ক আয়ুৰ্বেদত ৰসায়ন বুলি মানি লোৱা হয়৷ ইয়াৰ বিধিপূৰ্বক সেৱনে ৰোগৰ নাশ কৰাৰ লগতে শৰীৰত বলৰ বৃদ্ধি কৰে৷ শিলিখা, ভোমোৰা আৰু আমলখী এই তিনিটা ফল, যি আমাৰ দেহৰ বাত,কফ আৰু পিত্তৰ ভাৰসাম্য বৰ্তাই ৰখাত সঠিকভাব ব্যৱহাৰ …

অমৃততুল্য ত্ৰিফলা প্ৰস্তুত কৰা পদ্ধতি- ঋতু অনুযায়ী ত্ৰিফলা কেনেদৰে খোৱা উচিত- Triphala churna benefits in Assamese Read More »

পাল্স অক্সিমিটাৰ-Pulse oximeter কিয় প্ৰয়োজন? ঘৰতে বহি কৰক নিজকে পৰীক্ষণ…

  Pulse oximeter পাল্স অক্সিমিটাৰ-Pulse oximeter ৰ উদ্দেশ্য হ’ল যে আপোনাৰ হাৰ্টে আপোনাৰ শৰীৰৰ মাধ্যমেৰে কিদৰে অক্সিজেন  পাম্প কৰিছে তাক পৰীক্ষা কৰা। পাল্স অক্সিমিটাৰ- Pulse oximeter এটি সাধাৰণ ডিভাইচ যি আপোনাৰ ৰক্তত অক্সিজেনৰ পৰিমাণ পৰিমাপ কৰাত ইনফ্ৰাৰড লাইট (infrared light) ব্যৱহাৰ কৰে আৰু মাত্ৰ কিছু চেকেন্ডৰ ভিতৰতে সঠিক ফলাফল দিয়ে।  প্ৰথমতে, এয়া জনা প্ৰয়োজন যে …

পাল্স অক্সিমিটাৰ-Pulse oximeter কিয় প্ৰয়োজন? ঘৰতে বহি কৰক নিজকে পৰীক্ষণ… Read More »

দাঁতৰ আলুৰপৰা তেজ কিয় উলায়? অন্য কোনো ৰোগৰ সংকেত নহয়টো! What is bleeding gums a sign of?-in assamese

    দাঁতৰ আলুৰপৰা তেজ উলোৱা (bleeding gums) আলু সম্পৰ্কিত ৰোগৰ ভিতৰত সৰ্বাধিক সাধাৰণ লক্ষণ, তথাপি ই অন্যান্য স্বাস্থ্য সম্পৰ্কীয় ৰোগৰ ফালেও নিৰ্দেশ কৰে।  মাজে মাজে দাঁতৰ আলু পৰা ৰক্তপাত বা তেজ উলোৱা সমস্যাত খুব বেছি ঘঁহি ঘঁহি ব্ৰাছ কৰাৰ কাৰণে বা সঠিকভাব খাপ নোখোৱা dentures (কৃত্ৰিম দাঁত) ৰ বাবেও হব পাৰে।  দাঁতৰ আলুৰ পৰা …

দাঁতৰ আলুৰপৰা তেজ কিয় উলায়? অন্য কোনো ৰোগৰ সংকেত নহয়টো! What is bleeding gums a sign of?-in assamese Read More »

আপুনি জানেনে খং ৰ ফলত কিমান বেমাৰৰ সৃষ্টি হয়? আঁহক জানো খং উঠিলে কি কৰিব? How can control your anger? In assamese

  ✍🏻MOONMI BHATTACHARYA, Reiki Therapist, Watchapp- +91 84867 31180 Facebook – https://m.facebook.com/munmi.bhattacharya?tsid=0.822997864071852&source=result আমি সকলোৱে স্বাস্থ্যৱান হৈ থাকিবলৈ অহৰ্নিশে যত্ন কৰোঁ ৷ কিন্তু কিছুমান নেতিবাচক ভাৱনাই আমাৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলায় ৰুগীয়া কৰি তোলে ৷ তেনে এক কাৰক হৈছে – খং (anger) ৷                খং ; জীৱনৰ অতিশয় মাৰাত্মক ব্যাধি ৷ ক্ৰোধে শৰীৰৰ অন্তঃক্ষৰা গ্ৰন্থিত …

আপুনি জানেনে খং ৰ ফলত কিমান বেমাৰৰ সৃষ্টি হয়? আঁহক জানো খং উঠিলে কি কৰিব? How can control your anger? In assamese Read More »