আপোনাৰ কেনেধৰনৰ মুৰৰ বিষ হয়? মুৰৰ বিষ কিয় হয়? Headache types and causes in assamese?

মাইগ্ৰেইন হৈছে primary মুৰৰ বিষৰ দ্বিতীয় সৰ্বাধিক সচৰাচৰ প্ৰকাৰ আৰু ই এজন ব্যক্তিৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে । বিশ্ব স্বাস্থ্য সংস্থা ( WHO ) মতে, মাইগ্ৰেইন হৈছে বিশ্বব্যাপী অক্ষমতাৰ (disability) বাবে কাম কৰিব নোৱাৰাৰ ষষ্ঠ সৰ্ববৃহৎ কাৰণ। মাইগ্ৰেইন কেইঘণ্টামানৰ পৰা 2 ৰ পৰা 3 দিন লৈকে থাকিব পাৰে।

Read more