খাদ্যনলীৰ আলচাৰ লক্ষণসমূহ কি? ইয়াৰ কাৰণ আৰু প্ৰতিকাৰ…Esophageal ulcer symptoms, causes in assamese

খাদ্যনলীৰ আলচাৰ লক্ষণসমূহ কি? ইয়াৰ কাৰণ আৰু প্ৰতিকাৰ…Esophageal ulcer symptoms, causes in assamese খাদ্যনলীৰ আলচাৰৰ- esophageal লক্ষণবোৰ মুখ্যতঃ বুকুৰ বিষ আৰু জ্বলা-পোৰা হয়৷ এই সমস্যাটো মানুহৰ মজলীয়াৰ পৰা গুৰুতৰ স্তৰৰ ভিতৰত হ’ব পাৰে। ইয়াৰ উপৰিও, কিছুমান লোকে এচোফাগাল আলচাৰৰ ফলত sternum (উৰুদণ্ড)ৰ পিছফালে বা তলৰ অংশত জ্বলা-পোৰা অনুভৱ কৰিব পাৰে।

Read more

ভৰিৰ তলুৱা জ্বলা-পোৰা, ভৰিৰ জিনজিননি, জঠৰতা অনুভৱ কৰে নেকি? ইয়াৰ কাৰণ আৰু চিকিৎসা- Burning sensation in feet causes and treatment

বেছিভাগ লোকৰ ক্ষেত্ৰত, স্নায়ুতন্ত্ৰৰ অভাৱৰ বাবে প্ৰথমে ভৰিৰ শিৰাবোৰ ক্ষতিগ্ৰস্ত হয়। ফলস্বৰূপে, ভৰিৰ জিনজিননি, জ্বলাপোৰা আৰু জঠৰতা অনুভৱ হয়। চেনী আৰু সুৰাৰ অত্যাধিক সেৱন স্নায়ুৰোগৰ (neuropathy) আটাইতকৈ সচৰাচৰ কাৰণ। 

Read more

পাকস্থলীত পিণ্ড বা Lumps ৰ লক্ষণসমূহ আৰু চিকিৎসা- Abdominal lumps in assamese

পাকস্হলীত গাঁঠ বা পিণ্ড(Abdominal lumps) হোৱা মানে কি? পেটৰ বাহিৰৰ পৰা ওলাই অহা পেটৰ এলেকাত যিকোনো ফুলা বা উখহা দৰে হোৱাকে পেটত পিণ্ড বা Abdominal lumps বুলি কোৱা হয়। বেছিভাগ ক্ষেত্ৰত পাকস্থলীত কোমল পিণ্ড এটা সৃষ্টি হয়, কিন্তু কিছুমান ক্ষেত্ৰত ই জঠৰ বা কঠোৰ হ’ব পাৰে যি সম্পূৰ্ণৰূপে পেটৰ আভ্যন্তৰীণ কাৰনৰ ওপৰত নিৰ্ভৰ কৰে।

Read more

পচতীয়া গছৰ উপকাৰিতা, কিদৰে ব্যৱহাৰ কৰিব আৰু পাৰ্শ্বক্ৰিয়া- Pochotia Benefits, uses and Side effects -Pochotia in Assamese

পচতীয়াৰ বৈজ্ঞানিক নাম- Vitex agnus castus/Vitex Nirgundo.পচতীয়াৰ ইংৰাজী নাম- Chaste tree, Chasteberry, Abraham’s balm, lilac chaste tree, monk’s pepper, five leaves castus .পচতীয়া পেশী শিথিলতা, বিষ উপশম কৰা, উদ্বেগ আৰু হাঁপানি পৰা মুক্তি দিয়াত বহু ভাল আয়ুর্বেদীক ঔষধি। এই গছৰ বিভিন্ন অংশ বিভিন্ন স্বাস্থ্যসম্বন্ধীয় সমস্যাৰ বাবে প্রাকৃতিক প্রতিকাৰ হিচাবে আয়ুর্বেদত ব্যাপকভাবে ব্যৱহৃত হৈ আহিছে৷ সাধাৰণতে পচতীয়া বিষ নিৰাময়ৰ বাবে অন্যতম হিচাবে জনপ্ৰিয়৷ আৰু অসমৰ প্ৰতিখন ঘৰতে দেখিবলৈ পোৱা যায়৷

Read more

আৰ্থ্ৰাইটিছৰ বাবে 5 টা সৰ্বশ্ৰেষ্ঠ আয়ুৰ্বেদিক প্ৰতিকাৰ-5 Best Ayurvedic Remedies For Arthritis

(arthritis) হৈছে এক স্থিতি যাৰ ফলত গাঁঠিত প্ৰদাহ, ফুলা আৰু ৰঙা পৰি যোৱাৰ দৰে হয় আৰু এয়া এক বা একাধিক গাঁঠিক প্ৰভাৱিত কৰিব পাৰে। বিভিন্ন প্ৰকাৰৰ আৰ্থ্ৰাইটিছ (arthritis) আছে। অষ্টিওআৰ্থ্ৰাইটিছ (arthritis) হৈছে আটাইতকৈ সচৰাচৰ প্ৰকাৰ। আৰ্থ্ৰাইটিছ (arthritis)ৰ কিছুমান সচৰাচৰ লক্ষণৰ ভিতৰত আছে গাঁঠিৰ বিষ, ফুলা আৰু জঠৰতা৷ বয়সৰ লগে লগে এই লক্ষণবোৰ গুৰুতৰ হ’ব পাৰে আৰু আপোনাৰ দৈনন্দিন কাম-কাজ প্ৰভাৱিত হ’ব পাৰে। চিকিৎসকে অসুবিধাৰ সৈতে যুঁজিবলৈ প্ৰদাহ-প্ৰতিৰোধী (anti-inflammatory)

Read more

চুলি সৰা প্ৰতিহত কৰাৰ 10 টা কাৰ্যকৰী প্ৰাকৃতিক উপায়-10 Effective Natural Ways to Prevent Hair Fall in assamese

আপুনি ‘চুলি সৰা প্ৰাকৃতিকভাৱে কেনেদৰে প্ৰতিহত কৰিব’ এই সম্পৰ্কে জানিব বিচাৰি আছে নেকি? যদি আপুনি চুলি সৰাৰ বিষয়ে চিন্তিত আৰু ইয়াক প্ৰতিৰোধ কৰিব বিচাৰে, তেনেহ’লে প্ৰাকৃতিকভাৱে কেনেদৰে চুলি সৰা বন্ধ কৰিব লাগে সেই বিষয়ে আপোনাৰ প্ৰশ্নৰ সমাধান এই লিখনিৰপৰা পাব।আপুনি ‘চুলি সৰা প্ৰাকৃতিকভাৱে কেনেদৰে প্ৰতিহত কৰিব’ এই সম্পৰ্কে জানিব বিচাৰি আছে নেকি? যদি আপুনি চুলি সৰাৰ বিষয়ে চিন্তিত আৰু ইয়াক প্ৰতিৰোধ কৰিব বিচাৰে, তেনেহ’লে প্ৰাকৃতিকভাৱে কেনেদৰে চুলি সৰা বন্ধ কৰিব লাগে সেই বিষয়ে আপোনাৰ প্ৰশ্নৰ সমাধান এই লিখনিৰপৰা পাব।

Read more

আপোনাৰ প্ৰায়ে মূৰ ঘূৰনি হৈ থাকে নি? আপুনি VERTIGO ৰোগত আক্ৰান্ত নহয়টো? VERTIGO in assamese

ভাৰ্টিগো (vertigo) ৰ অৰ্থ হৈছে মুৰ ঘূৰনি বা মূৰ ঘূৰোৱা, ভাৰ্টিগো (vertigo) শব্দটো লেটিন ভাষাৰ ভাৰ্টোৰ পৰা আহৰণ কৰা হয়। ভাৰ্টিগো (vertigo) হোৱা লোকসকলৰ বৰ মূৰ ঘূৰায়। মগজুত যথেষ্ট বিষ বা ভাৰসাম্যহীনতা আহে। এই ভাৰসাম্যহীনতাৰ সময়ত, ভুক্তভোগীয়ে অধিক ঘাম ওলোৱা বা খোজ কাঢ়িব নোৱাৰা হোৱা, বমি কৰা ইত্যাদি হয়। ভাৰ্টিগো (vertigo)ৰ সময়ত, ভুক্তভোগীয়ে যথেষ্ট দুৰ্বলতা অনুভৱ কৰিবলৈ আৰম্ভ কৰে। কিছুমান মানুহে উচ্চতাক বৰ ভয় কৰে আৰু যেতিয়া তেওঁলোকে উচ্চ উচ্চতালৈ যায় তেতিয়া তেওঁলোকৰ মুৰ ঘূৰনি হবলৈ আৰম্ভ কৰে।

Read more

মূত্ৰনলীৰ সংক্ৰমণ (Urine Infection বা ইউটিআই-UTI) প্ৰস্ৰাৱৰ সংক্ৰমণ, কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Urine Infection causes, symptoms and remedies In Assamese

ইউটিআই মূত্ৰমাৰ্গৰ যি কোনো স্থানতে হব পাৰে। মূত্ৰমাৰ্গ মানে কিডনী, মূত্ৰবাহিনী(Ureters), মূত্ৰাশয়(bladder)আৰু মূত্ৰমাৰ্গ(urethra) আদি সকলোতে হব পাৰে৷ নিম্ন ইউটিআইত (lower tract UTI) মূত্ৰাশয় আৰু মূত্ৰমাৰ্গ তথা ওপৰৰ অংশৰ কিডনী আৰু মূত্ৰবাহিনী আক্ৰান্ত হব পাৰে। নিম্ন ইউটিআইত মূত্ৰনলীৰ সংক্ৰমণ অতি সাধাৰণ আৰু গুৰুতৰ হব পাৰে৷

Read more

ডায়েবেটিক বৃক্কৰ ৰোগ মানে কি? ডায়েবেটিচ ৰোগীৰ বৃক্ক বিকল হোৱাৰ সম্ভাৱনা কিমান? what is diabetic kidney disease? Diabetic Nephropathy- in Assamese

ডায়েবেটিক বৃক্কৰ ৰোগ মানে কি? ডায়েবেটিচ ৰোগীৰ বৃক্ক বিকল হোৱাৰ সম্ভাৱনা কিমান? what is diabetic kidney disease? Diabetic Nephropathy- in Assamese

Read more

এই চাৰিবিধ বীজৰ ব্যৱহাৰ কৰি হৰমন সন্তুোলন কৰি ৰাখক-how to use seed cycling to balance hormones in assamese

চাৰিবিধ বীজৰদ্বাৰা হৰমন সন্তুোলন কৰা প্ৰক্ৰিয়াটোক চিড চাইক্লিং(seed cycling) বুলি কোৱা হয়৷ চিড চাইক্লিং(seed cycling in Assamese) এক (naturopathy) প্ৰাকৃতিক চিকিৎসা যি আপোনাৰ মাহেকীয়া চক্ৰৰ প্ৰথম অংশত হৰমন ইস্ট্ৰোজেন (estrogen)আৰু দ্বিতীয় অংশৰ হৰমন প্ৰজেস্টৰন (progesterone) ক নিয়মিত কৰে আৰু হৰমনসমূহৰ ভাৰসাম্য বৰ্তাই ৰাখে৷

Read more