চৰিয়াচিচৰ কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Psoriasis causes, symptoms and prevention in assamese

চৰিয়াচিছক auto Immune বেমাৰৰ তালিকাত অন্তৰ্ভূক্ত কৰিছে। Auto Immune বুজিবলৈ আমি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালীৰ (Immune System) বিষয়ে জানিব লাগিব । আমাৰ শৰীৰত বেক্তেৰিয়া, ভাইৰাছ বা অন্য কোনো ৰোগৰ বীজাণু প্ৰবেশ কৰিলে আমি অসুস্থ হৈ পৰো। আমাৰ শৰীৰৰ ৰক্তকণিকা বিলাকে সেই বেমাৰৰ বীজাণুবিলাকক চিনাক্ত কৰি সেইবিলাকক মাৰিবলৈ চেষ্ঠা কৰে। চ’ৰিয়াচিছ বেমাৰত এই ৰক্তকণিকা বিলাকে নিজৰ শৰীৰৰ ছালৰ কোষবিলাকক ভূলকৈ বাহিৰা বেমাৰৰ বীজাণুৰ নিচিনা আক্ৰমণ কৰে যাৰ ফলত এই জটিল Auto Immune বেমাৰবিধৰ সৃষ্টি হয়।

Read more

টিউব ব্লক সাধাৰণ ৰােগ, সহজেই হয় গৰ্ভৱতী- Fallopian tube block in assamese

ফেলপিয়ান টিউব ব্লক হলে বহুতাে মহিলাই ভয় খাই আৰু মাতৃত্বৰ আশা এৰি দিয়ে৷ কিন্তু এই ৰােগবিধ সাধাৰণ ৰােগহে। বিগত বৰ্ষত কেবাগৰাকী ফেলপিয়ান টিউব ব্লক বা স্রোত অৱৰােধ হােৱা মহিলা গৰ্ভৱতী আৰু মাতৃ হােৱাটোৱেই প্রমাণিত হৈছে যে ডিম্ববাহী নলীত হােৱা অৱৰােধ বা স্রোত অৱৰােধ ( Fallopian tube block ) এবিধ সাধাৰণ ৰােগ।

Read more

থাইৰয়দৰ কাৰন, লক্ষণ আৰু প্ৰতিকাৰ-Thyroid causes, symptoms and prevention

থাইৰয়ড গ্ৰন্থি আমাৰ গলৰ আগৰ শ্বাসনলীত থাকে আৰু ইয়াৰ আকাৰ পখিলাৰ দৰে হয় ৷ থাইৰয়ড গ্ৰন্থিৰ ভূমিকা:-থাইৰয়ড গ্ৰন্থিৰ যোগেদি আমাৰ শৰীৰৰ মেটাবলিজম নিয়ন্ত্ৰণ হৈ থাকে ৷ তদুপৰি এই গ্ৰন্থিয়ে নিশ্চিত কৰে যি আমাৰ মস্তিস্ক, হৃদয়, মাংসপেশী, লিভাৰ বা আমাৰ শৰীৰৰ অন্য অংগবোৰে কিমান তীব্ৰতাৰে বা লাহে লাহে কাম কৰিছে ৷ আনকি বৃদ্ধি, বিকাশ আৰু প্ৰজননতো এই হৰমনৰ প্ৰভাৱ পৰে ৷

Read more

ইউৰিক এচিড- কাৰন,লক্ষণ আৰু প্ৰতিকাৰ- Uric acid

আমাৰ তেজত এই ইউৰিক এচিদ খুউব কম পৰিমানে থাকে। যিটো সাধাৰনতে দেহৰ মৃত কোষ আৰু খাদ্যৰ উপাদানত থকা পিউৰিন নামৰ পদাৰ্থৰ পৰা উৎপন্ন হয়। ই আমাৰ দেহৰ এক ধৰনৰ তক্সিক উপাদান।

Read more

এচিডিটি দূৰ কৰাৰ ঘৰুৱা উপায়- Home Remedies For Getting Relief From Acidity

অম্লপিত্ত বা এচিডিটি (acidity) হলে বুকু আৰু উদৰত জ্বলন বা বিষ হয় যি পেটৰ এচিডৰ অত্যাধিক মাত্ৰাত হোৱাৰ ফলত হয়৷ ইয়াক পেটৰ জ্বলন হলে ধৰিব পৰা যায়৷ এই সমস্যা প্ৰায় সংখ্যাক লোকৰে হোৱা দেখা যায়৷

Read more

মাহেকীয়াৰ সময়ত হােৱা অসহ্য পেটৰ বিষ- Menstrual cramp in assamese

মাহেকীয়া হােৱাৰ সময়ত বহুতাে যুৱতী আৰু মহিলাৰ পেটৰ বিষ হােৱাটোক আয়ুর্বেদিকত কষ্ট আর্তৱ বােলা হয়। এই সময়ত জৰায়ু, কঁকাল আৰু তলপেটত অসহ্য বিষ হয় কাৰণে যাতনা ভূগিব লগীয়া (Dysmenorrhoea) হয়।

Read more

আয়ুর্বেদিক চিকিৎসাৰে মদ্যপান এৰােৱা উপায়-ALCOHOL DEADDICTION AYURVEDIC TREATMENT

Dr Brinchi Boruah, MD ( Ayurveda ) 

নিয়ন্ত্রিত মদ্যপান ক ৰােগ হিচাপে পৰিগণিত কৰা নহয় যদিও অনিয়ন্ত্রিত মদ্যপান ক Alcohol Related Disorder হিচাপে পৰিগণিত কৰা হয়৷ যি জটিল ৰােগৰ সৃষ্টি কৰিব পাৰে৷ এই Alcohol Related Disorder নাইবা Alcohol Used Disorder Do Alcohol Dependence, alcohol withdrawal syndrome , Alcohol induced sexual dysfunction, Alcohol Induced sleep disorder আৰু অন্যান্য শাৰীৰিক আৰু মানসিক ৰােগ উৎপন্ন কৰিব পাৰে

Read more

বাত দোষৰ ভাৰসাম্যহীনতাৰ বাবে আপুনি বেমাৰত পৰিছে নি? কিদৰে কৰিব বাত দোষ নিয়ন্ত্ৰণ? How to balance your Vata dosha? in assamese

ডাঃ ব্ৰিঞ্চি বৰুৱা, MD Ayurveda WhatsApp- 9864550440  FB-https://www.facebook.com/brinchi.boruah.3 Email- [email protected] যোগাযোগ- ড্ৰাগ হাওচ, ASTC Bus stand ৰ সমীপত, ধেমাজি  আয়ুৰ্বেদ

Read more

আপোনাৰ শৰীৰৰ প্ৰকাৰ অনুসৰি জানক কি হয় আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ আয়ুৰ্বেদিক আহাৰ- How many Dosha are there in Ayurveda?-In assamese

    আয়ুৰ্বেদে (Ayurveda) মনুষ্য জাতিক তিনটা ভাগত আৰু দোষত (dosha) বিভক্ত কৰিছে।  প্ৰত্যেক ব্যক্তিয়ে কিবা নহয় কিবা না ত্ৰুটি

Read more

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

ৰাতিপুৱা পানী খোৱাৰ উপকাৰিতা – Drinking water in the morning empty stomach in Assamese আয়ুৰ্বেদৰ মতে সূৰ্য উদয় হোৱাৰ আগে

Read more