প্ৰাকৃতিকভাৱে ইউৰিক এচিড নিৰাময় কৰক-Natural Ways to Reduce Uric Acid in the Body in Assamese

ইউৰিক এচিড (Uric Acid)ৰ মাত্ৰা বৃদ্ধি(High uric acid) বিষয়ে জনা আগে জানক ইউৰিক এচিড মানে কি?(What is Uric acid?) ৷ ইউৰিক এচিড (Uric Acid) হল পিউৰিন বোলা পদাৰ্থৰ বিপাকৰ পৰা সৃষ্টি হোৱা এবিধ এচিড ৷ যদিওবা সৰহসংখ্যক ইউৰিক এচিড (Uric Acid) আমাৰ দেহৰ অভ্যন্তৰত থকা পিউৰিনৰ পৰা উৎপন্ন হয় , তথাপি উচ্চ পৰিমাণৰ পিউৰিন থকা খাদ্য খােৱাৰ ফলত শেষত গৈ শৰীৰত জমা হােৱা মুঠ ইউৰিক এচিড (Uric Acid)ৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পায়গৈ৷

Read more

ইউৰিক এচিড- কাৰন,লক্ষণ আৰু প্ৰতিকাৰ- Uric acid

আমাৰ তেজত এই ইউৰিক এচিদ খুউব কম পৰিমানে থাকে। যিটো সাধাৰনতে দেহৰ মৃত কোষ আৰু খাদ্যৰ উপাদানত থকা পিউৰিন নামৰ পদাৰ্থৰ পৰা উৎপন্ন হয়। ই আমাৰ দেহৰ এক ধৰনৰ তক্সিক উপাদান।

Read more