এটি গুৰুতৰ ৰোগ Gastric Gastroperasis: কাৰন, লক্ষণ আৰু চিকিৎসা

Gastroparesis হৈছে এক বিকাৰ যি পাকস্থলীত খাদ্য স্বাভাৱিকতকৈ বেছি সময় থাকিলে হয়৷ অৰ্থাৎ gastroparesis হৈছে এনে এক স্থিতি যি আপোনাৰ পেটৰ পেশীৰ স্বাভাৱিক স্বতঃস্ফূৰ্ত চলাচল (motility) প্ৰভাৱিত কৰে। সাধাৰণতে, শক্তিশালী পেশীৰ সংকোচনৰ ফলত আপোনাৰ পাচন নলীৰ মাজেৰে খাদ্য প্ৰেৰিত হয়। কিন্তু যদি আপোনাৰ gastroparesis হয়, তেতিয়া আপোনাৰ পেটৰ গতিশীলতা লেহেম হয় বা একেবাৰে কাম নকৰে, যাৰ ফলত আপোনাৰ পেট সঠিকভাৱে খালী হোৱাত বাধা দিয়ে।

Read more

হেমোৰয়েড বা পাইলচ সম্পৰ্কে সৱিশেষ… Hemorrhoids or piles

হেমোৰয়েদ ৰোগ(hemorrhoids) – যাক পাইলচ (piles) বোলা হয় – এই ৰোগত মলদ্বাৰ আৰু মলাশয় মধ্যেৰ শিৰাসমূহত ফোলাভাব আৰু উত্তেজনা সৃষ্টি কৰে। এয়া সাধাৰণতে শৌচদ্বাৰ আৰু মলাশয়ত উপস্থিত শিৰাসমূহ এটি “varicose vein” ৰোগ। পাইলচ মলদ্বাৰৰ অভ্যন্তৰৰ অংশত বা মলদ্বাৰৰ বাহিৰৰ অংশত হব পাৰে।

Read more

ঘৰুৱা প্ৰতিকাৰেৰে কোষ্ঠকাঠিন্য নিৰাময়- Constipation Home Remedies In Assamese

আধুনিক জীৱন শৈলীত অভ্যস্ত মানুহৰ প্রতি দহজনৰ ভিতৰত চাৰি জনেই কোষ্ঠবদ্ধতা বা কোষ্ঠকাঠিন্যৰ চিকাৰ হৈছে । পাচনতন্ত্ৰৰ দুর্বলতা , খাদ্যত আঁহৰ অভাৱ আদি কাৰণতে কোষ্ঠবদ্ধতা হয়৷ আচলতে পুষ্টি দ্রব্যৰ ওপৰঞ্চিভাৱে আমাৰ খাদ্যত এনে কিছুমান দ্রব্যও দৰকাৰ হয়, যিবিলাকে শৰীৰৰ পৰা মল নিষ্কাশন কৰাত সহায় কৰে৷ সেয়ে আমাৰ খাদ্যত চেলুলােজযুক্ত খাদ্য পদার্থ থাকিব লাগে, কাৰণ খাদ্যৰ আঁহ হজম নহয় বৰং হজম হােৱা খাদ্য পদার্থবােৰ অন্ত্ৰৰ ভিতৰত ৰৈ থাকিবলৈকো নিদিয়ে৷ বাচনবর্তনত লাগি থকা তেল বা আঠা লাগি ৰােৱা খাদ্য পদার্থ ব্ৰাছ বা স্ক্রাবাৰে ঘঁহি পৰিষ্কাৰ কৰা হয়, তেনেদৰে আঁহযুক্ত খাদ্য পদার্থই আমাৰ শৰীৰৰ ভিতৰত ব্ৰাছৰ দৰে কাম কৰে৷

Read more

এচিডিটি দূৰ কৰাৰ ঘৰুৱা উপায়- Home Remedies For Getting Relief From Acidity

অম্লপিত্ত বা এচিডিটি (acidity) হলে বুকু আৰু উদৰত জ্বলন বা বিষ হয় যি পেটৰ এচিডৰ অত্যাধিক মাত্ৰাত হোৱাৰ ফলত হয়৷ ইয়াক পেটৰ জ্বলন হলে ধৰিব পৰা যায়৷ এই সমস্যা প্ৰায় সংখ্যাক লোকৰে হোৱা দেখা যায়৷

Read more