এই চাৰিবিধ বীজৰ ব্যৱহাৰ কৰি হৰমন সন্তুোলন কৰি ৰাখক-how to use seed cycling to balance hormones in assamese

চাৰিবিধ বীজৰদ্বাৰা হৰমন সন্তুোলন কৰা প্ৰক্ৰিয়াটোক চিড চাইক্লিং(seed cycling) বুলি কোৱা হয়৷ চিড চাইক্লিং(seed cycling in Assamese) এক (naturopathy) প্ৰাকৃতিক চিকিৎসা যি আপোনাৰ মাহেকীয়া চক্ৰৰ প্ৰথম অংশত হৰমন ইস্ট্ৰোজেন (estrogen)আৰু দ্বিতীয় অংশৰ হৰমন প্ৰজেস্টৰন (progesterone) ক নিয়মিত কৰে আৰু হৰমনসমূহৰ ভাৰসাম্য বৰ্তাই ৰাখে৷

Read more

চুলি সৰা,ওজন বৃদ্ধি, হঠাতে মুৰবিষ ইত্যাদি সমস্যাত আপুনিও ভুগি আছেনি? এষ্ট্ৰজেন হৰমনৰ বিসংগতিৰ ফলত এনে হৈছেনি! Estrogen hormone in assamese?

এষ্ট্ৰোজেন হৈছে পুৰুষ আৰু মহিলা দুয়োৰে ক্ষেত্ৰত পোৱা এক হৰমন। শৰীৰত সঠিক পৰিমাণৰ এষ্ট্ৰোজেন বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। কিন্তু মহিলাসকলক পুৰুষতকৈ এষ্ট্ৰোজেনৰ অধিক প্ৰয়োজন। তেওঁলোকক তেওঁলোকৰ শৰীৰৰ কিছুমান আভ্যন্তৰীণ কাৰ্যৰ বাবে ইয়াৰ প্ৰয়োজন।

Read more

লিউকোৰিয়া/ বগাস্ৰাৱ / শ্বেতপ্ৰদৰ ৰোগ কিয় হয়- কিছু ঘৰুৱা প্ৰতিকাৰ আৰু সাৱধানতা-Leucorrhea/ white descharge in assamese

মহিলাসকলে প্ৰজনন অঙ্গৰ লগত জড়িত বিভিন্ন ধৰণৰ স্বাস্থ্য সমস্যাৰ সম্মুখীন হয়। যেতিয়া লিউকোৰিয়া (leucorrhoea) ৰোগ দেখা দিয়ে তেতিয়া মহিলাৰ যোনীমাৰ্গেৰে বগাস্ৰাৱ (white descharge) বাহিৰ হোৱা আৰম্ভ হয়। যোনিৰ এটি স্ব-পৰিষ্কাৰকৰণ প্ৰক্ৰিয়া (self-cleansing mechanism) আছে যি পাতল স্ৰাৱৰ মাধ্যমেৰে যি কোনো বাহ্যিক কণা দূৰ কৰে। এয়া সম্পূৰ্ণভাৱে স্বাভাবিক আৰু উদ্বেগৰ কোনো কাৰন নাই৷ কিন্ত্ত যদি আপুনাৰ যোনিৰপৰা কোনোধৰনৰ আঁঠাজাতীয়, বগা, হালধীয়া, সেউজীয়া বা বাদামী ৰঙৰ পানী বাহিৰ হয় আৰু লগতে জ্বলন, গোন্ধযুক্ত আৰু খজুৱতি আৰম্ভ কৰে তেন্তে সম্ভৱত ই এটি উদ্বেগ বা চিন্তাৰ বিষয় হয়।

Read more

থাইৰয়দৰ কাৰন, লক্ষণ আৰু প্ৰতিকাৰ-Thyroid causes, symptoms and prevention

থাইৰয়ড গ্ৰন্থি আমাৰ গলৰ আগৰ শ্বাসনলীত থাকে আৰু ইয়াৰ আকাৰ পখিলাৰ দৰে হয় ৷ থাইৰয়ড গ্ৰন্থিৰ ভূমিকা:-থাইৰয়ড গ্ৰন্থিৰ যোগেদি আমাৰ শৰীৰৰ মেটাবলিজম নিয়ন্ত্ৰণ হৈ থাকে ৷ তদুপৰি এই গ্ৰন্থিয়ে নিশ্চিত কৰে যি আমাৰ মস্তিস্ক, হৃদয়, মাংসপেশী, লিভাৰ বা আমাৰ শৰীৰৰ অন্য অংগবোৰে কিমান তীব্ৰতাৰে বা লাহে লাহে কাম কৰিছে ৷ আনকি বৃদ্ধি, বিকাশ আৰু প্ৰজননতো এই হৰমনৰ প্ৰভাৱ পৰে ৷

Read more

পিচিঅডি, পিচিঅএচ, বন্ধ্যাত্ব, মাহেকীয়া সমস্যা, মেনপজৰ সমস্যা তথা হৰমন অসন্তুোলন ইত্যাদিৰ উপায় “চিড চাইক্লিং”- Seed cycling is a remedy of PCOD, PCOS, hormone imbalance, infertility, menopause, menstrual cramps in Assamese

চিড চাইক্লিং কি?-What is seed cycling in Assamese     চিড চাইক্লিং(seed cycling in Assamese) এক (naturopathy) প্ৰাকৃতিক চিকিৎসা যি

Read more

থাইৰয়দৰ ফলত হোৱা মেদবহুলতা হ্ৰাস কৰাৰ উপায় – thyroid weight loss or thyroid diet in Assamese

থাইৰয়ড গ্ৰন্থিয়ে শৰীৰৰ মেটাবলিজম নিয়ন্ত্ৰণ কৰে আৰু যেতিয়া ই সঠিকভাবে কাম নকৰে, তেতিয়া বহু ধৰণৰ স্বাস্থ্য সমস্যা দেখা দিব (thyroid

Read more

ঋতুস্ৰাৱ বা মাহেকীয়াৰ বিষ বেদনাৰ আয়ুৰ্বেদিক দিহা- Ayurvedic Remedies Of Menstrual Cramp In Assamese

মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষ বা কষ্টাৰ্তৱ Dysmenorrhea …   পিৰিয়ড বা ঋতুস্ৰাৱ এটি প্ৰাকৃতিক প্ৰক্ৰিয়া যি প্ৰতিগৰাকী মহিলায়ে অনুভৱ

Read more

হ’ৰমন কি আৰু কেনেদৰে হ’ৰমনসমূহ সন্তুোলিত কৰি ৰাখিব ?- What Is Hormones And How To Control It In Assamese?

হ’ৰমনসমূহ আমাৰ দেহৰ ৰাসায়নিক বার্তাবাহক (chemical messengers)৷   বিভিন্ন হ’ৰমনে আমাৰ বিভিন্ন ক্রিয়াকলাপক প্রভাৱিত কৰে।  অন্য ধৰনে কবলৈ গলে, হ’ৰমনসমূহ

Read more