চডা পানীৰ উপকাৰিতা, ব্যৱহাৰ আৰু পাৰ্শ্বক্ৰিয়া – Benefits and Side Effects of Soda Water

চডা পানীক carbonated water বুলিও কোৱা হয়। ইয়াক পান কৰিলে হজম উন্নত কৰাত সহায় কৰিব পাৰে। চ’ডা পানী সম্পৰ্কীয় NCBI (ৰাষ্ট্ৰীয় জৈৱ প্ৰযুক্তি তথ্য কেন্দ্ৰ-National Center for Biotechnology Information)ৰ গৱেষণাত ইয়াক পোনপটীয়াকৈ স্বীকাৰ কৰা হৈছে। গৱেষণাটোৱে প্ৰায় 15 দিনৰ বাবে বদহজমত (dyspepsia) ভুগি থকা 10 জন ৰোগীক চ’ডা পানী প্ৰদান কৰিছিল, যাৰ পিছত সেই ৰোগীসকলে বদহজমৰ সমস্যাৰপৰা কিছু উন্নতি দেখিছিল। এই আধাৰত, এইটো ধৰি ল’ব পাৰি যে চডা পানী হজম উন্নত কৰাত কিছু সহায়ক৷ source

Read more

আপুনি জানেনে…বৰ্তমান সময়ত কেনেধৰণৰ ঔষধ আপুনাৰ ঘৰত যুগুত কৰি ৰখাতো প্ৰয়োজন? What medicines should every home have? In Assamese

বৰ্তমান জ্বৰ চৰ্দি কাঁহ আৰু কৰোনা ৰোগৰ প্ৰাদুৰ্ভাৱৰ সময়ত আপোনাৰ ঘৰত কেনেধৰণৰ ঔষধ যুগুত কৰি ৰখাতো জৰুৰী…এইবিষয়ে আপুনি চিন্তা কৰিছেনে? যিকোনো ৰোগৰ আৰম্ভণিতে যদি সাৱধানতা তথা উপযুক্ত ঔষধ সেৱন কৰা হয় তেন্তে ৰোগ নিৰাময় কৰা সম্ভৱ হয় পৰে৷ কিন্ত্ত দেখা যায় যে, যথাসময়ত উপযুক্ত চিকিৎসা তথা ঔষধ গ্ৰহন নকৰা বাবে ৰোগে গুৰুতৰৰৃপ লয়৷

Read more

Pulse Oximeter প্ৰয়োজনীয়তা- How to use pulse oximeter? in assamese

যদিও এই ডিভাইচবিধ হস্পিতেলসমূহত প্ৰচুৰ ব্যৱহৃত হয় তথাপি পাল্স অক্সিমিটাৰ- Pulse oximeter এটি খুব সহজ ডিভাইচ আৰু ইয়াক ঘৰতো ব্যৱহাৰ কৰিব পৰা যায়। এই মেছিনটো দেখাত স্ট্যাপলাৰৰ দৰে, আপুনি মাত্ৰ ইয়াক আপোনাৰ তৰ্জনী আঙুলি, ভৰিৰ আঙুলি বা কানৰ লতি লগাব পাৰে যত আপোনাৰ বাবে সুবিজনক হয়। মেছিনটো Sp02 ৰিডিং দেখায় যি ৰক্ত অক্সিজেনৰ সম্পৃক্ততাৰ শতাংশ (percentage of oxygen saturation) হয়৷

Read more

Ayush kwath গ্ৰহন কৰক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি তোলক…Ayush kwath in assamese

এজন বয়সীয়াল ব্যক্তিয়ে এচামুচকৈ দিনে দুবাৰ একাপ গৰম পানীৰ লগত মিহলাই খাব পাৰে ।
এচামুচ আয়ুষ ক্বাথ (Ayush kwath) এগিলাচ পানীত ভালদৰে উতলাই চাহ হিচাবে দিনে দুই – তিনিবাৰ খাব পাৰে । এচামুচ আয়ুষ ক্বাথ (Ayush kwath) এচামুচ মৌৰ লগত মিলাই দিনে দুই – তিনিবাৰ খাব পাৰে । ৰােগী , নিৰােগী , গৰ্ভৱতী আৰু ডায়েবেটিচ ৰােগীয়েও নির্ভয় মনেৰে সকলােৱে খাব পাৰে। শিশু সকলক এক তৃতীয়াংশ , বা আধা পৰিমাণে খুৱাব পাৰিব । আয়ুষ ক্বাথ (Ayush kwath) সামান্য জ্বলা হােৱা বাবে শিশু সকলক খুৱাওতে চেনী বা মৌ মিহলাই খুৱাব ।

Read more