মাহেকীয়াৰ সময়ত হােৱা অসহ্য পেটৰ বিষ- Menstrual cramp in assamese

মাহেকীয়া হােৱাৰ সময়ত বহুতাে যুৱতী আৰু মহিলাৰ পেটৰ বিষ হােৱাটোক আয়ুর্বেদিকত কষ্ট আর্তৱ বােলা হয়। এই সময়ত জৰায়ু, কঁকাল আৰু তলপেটত অসহ্য বিষ হয় কাৰণে যাতনা ভূগিব লগীয়া (Dysmenorrhoea) হয়।

Read more

হতাশা বা ডিপ্ৰেছন হলে নতুবা বাচি থাকিবৰ বাবে কি কৰিব? জানো আঁহক কেইটিমান আয়ুৰ্বেদিক উপায়…Depression causes, symptoms and remedies

      হতাশা বা ডিপ্ৰেছন(depression) এটি মানসিক অৱস্থা যি প্ৰতিজন মানুহে নিজৰ জীৱনকালত কিবা নহয় কিবা ৰূপত কেতিয়াবা নহয়

Read more