আয়ুৰ্বেদ অনুসৰি নিমখ কিমান পৰিমানে আৰু কেনেদৰে ব্যৱহাৰ কৰিব? – Medicinal and Other Uses Of Salt in Assamese

জীৱিত থাকিবৰ বাবে নিমখ অপৰিহার্য আৰু মানবদেহৰ অন্যতম মৌলিক উপাদান। এই উপাদান বাদ দি মানৱদেহৰ অস্তিত্ব সম্ভৱ নহয়। খাদ্যৰ স্বাদ উন্নত কৰিবলৈ আৰু খাদ্য সংৰক্ষণত নিমখ ব্যৱহাৰ কৰা হয়। ই শৰীৰৰ বিভিন্ন কাৰ্য্য নিয়ন্ত্রণ কৰে আৰু বিভিন্ন জটিল ক্রিয়াকলাপৰ বাবে বিল্ডিং ব্লক (buildingbblock) হিচাবে অন্তর্ভুক্ত। নিমখ এক খনিজ হয় যাৰ ৰাসায়নিক সূত্ৰ হৈছে NaCl ৷ নিমখত ওজনৰ আধাৰত 40% চডিয়াম আৰু 60% ক্লৰাইড থাকে ৷

Read more

ইউৰিক এচিড- কাৰন,লক্ষণ আৰু প্ৰতিকাৰ- Uric acid

আমাৰ তেজত এই ইউৰিক এচিদ খুউব কম পৰিমানে থাকে। যিটো সাধাৰনতে দেহৰ মৃত কোষ আৰু খাদ্যৰ উপাদানত থকা পিউৰিন নামৰ পদাৰ্থৰ পৰা উৎপন্ন হয়। ই আমাৰ দেহৰ এক ধৰনৰ তক্সিক উপাদান।

Read more

আপোনাৰ শৰীৰৰ প্ৰকাৰ অনুসৰি জানক কি হয় আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ আয়ুৰ্বেদিক আহাৰ- How many Dosha are there in Ayurveda?-In assamese

    আয়ুৰ্বেদে (Ayurveda) মনুষ্য জাতিক তিনটা ভাগত আৰু দোষত (dosha) বিভক্ত কৰিছে।  প্ৰত্যেক ব্যক্তিয়ে কিবা নহয় কিবা না ত্ৰুটি

Read more

ৰাতিপুৱা খালী পেটত পানী- কেতিয়া, কিমান আৰু কেনেদৰে খাব ? Benefits of drinking water early morning empty stomach in Assamese

আয়ুৰ্বেদৰ মতে সূৰ্য উদয় হোৱাৰ আগে খালী পেটত পানী খোৱাৰ পৰামৰ্শ দিয়া হয়। “উষাপান” দুটি শব্দৰে গঠিত – উষা আৰু পান।  উষা মানে আকাশত যেতিয়া সূৰ্য্যৰ পোহৰ দেখা আৰম্ভ হয় কিন্ত্ত সূৰ্য উদয় নহয়। এয়া সূৰ্যোদয়ৰ 20 পৰা 30 মিনিট আগে হয়।

Read more