হাঁপানী ৰোগৰ কাৰন আৰু ঘৰুৱা চিকিৎসা: Asthma causes and home remedies in assamese

আয়ুর্বেদ অনুসাৰে হাঁপানীৰ কাৰণ হ’ল শ্বাসনলীত কফ জমা হোৱা৷ কফৰ কাৰণে বাধাগ্রস্থ হোৱাৰ কাৰণে শ্বাসনলী সংকীর্ণ হৈ যায়। ফলস্বৰৃপ, হাওঁফাওঁত বতাহৰ প্রবাহ বাধাগ্রস্ত হয়, যি ৰোগীক শ্বাস লোৱাত অসুবিধাৰ সম্মুখীন কৰে । অতিৰিক্ত ঠাণ্ডা খোৱা, কফ বৃদ্ধি কৰা খাদ্য গ্ৰহনে, হাওঁফাওঁৰ টিস্যু দুর্বল কৰে৷

Read more