লিভাৰ চিৰচিচ কিয় হয়? লক্ষণ আৰু সাৱধানতা- chirrhosis in liver in Assamese

যকৃত শুকাই সংকুচিত বা সৰু হৈ গ’লে তাকে “ছিৰােছিছ অব লিভাৰ” বােলে । যকৃতৰ যকৃতৰ যিকোনাে ৰােগ হ’লে চকু-মুখ শেঁতা পৰি শৰীৰত তেজ কম হােৱা যেন দেখুৱায়। জিভাত বগা চামনি পৰে। অৰুচি হয়। শৌচ কচ্চা হয়, শৌচত শাওঁ পৰে, পেটত গেছ হয়। ৰােগী দুর্বল হৈ পৰে৷ । হেপাটাইটিছ “বি’ বা হেপাটাইটিছ ‘চি ত আক্রান্ত হলে, অত্যধিক মদ্যপান কৰিলে, যকৃতত যথেষ্ট পৰিমাণে চর্বি জমা হলে আৰু বিশেষ কেতবােৰ জিনীয় বিসংগতিৰ ফলত চিৰােছিছ হয়।

Read more