আপুনি জানেনে হাৰ্ট এটেক (heart attack) হোৱাৰ আগতীয়া আগজাননীসমূহ কি? – Heart attack in Assamese

আন যিকোনো ৰোগৰ দৰে, হাৰ্ট এটেক (heart attack) বা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ কিছুমান লক্ষণ থাকে, যিবোৰ হাৰ্ট এটেক (heart attack) হোৱাৰ আগতীয়া আগজাননীও দিয়ে৷

যদি এজন ব্যক্তিয়ে এই 6 টা সংকেত বা লক্ষণ দেখে, তেওঁ লগে লগে সাৱধান হ’ব লাগে আৰু প্ৰয়োজনীয় পদক্ষেপ ল’ব লাগে…

Read more

হৃদৰোগৰ কাৰনসমূহ- হৃদৰোগত কি খাব কি নাখাব-কিছু ঘৰুৱা প্ৰতিকাৰ-heart disease causes, heart disease diet, home remedies for strong heart

হৃদৰোগ – heart disease or cardiovascular disease – in assamese     হৃদৰোগ(heart disease) আজিৰ যুগত মৃত্যুৰ অন্যতম প্ৰধান কাৰণ।

Read more