আপুনি জানেনে হাৰ্ট এটেক (heart attack) হোৱাৰ আগতীয়া আগজাননীসমূহ কি? – Heart attack in Assamese

আন যিকোনো ৰোগৰ দৰে, হাৰ্ট এটেক (heart attack) বা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ কিছুমান লক্ষণ থাকে, যিবোৰ হাৰ্ট এটেক (heart attack) হোৱাৰ আগতীয়া আগজাননীও দিয়ে৷

যদি এজন ব্যক্তিয়ে এই 6 টা সংকেত বা লক্ষণ দেখে, তেওঁ লগে লগে সাৱধান হ’ব লাগে আৰু প্ৰয়োজনীয় পদক্ষেপ ল’ব লাগে…

Read more

চৰিয়াচিচৰ কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Psoriasis causes, symptoms and prevention in assamese

চৰিয়াচিছক auto Immune বেমাৰৰ তালিকাত অন্তৰ্ভূক্ত কৰিছে। Auto Immune বুজিবলৈ আমি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালীৰ (Immune System) বিষয়ে জানিব লাগিব । আমাৰ শৰীৰত বেক্তেৰিয়া, ভাইৰাছ বা অন্য কোনো ৰোগৰ বীজাণু প্ৰবেশ কৰিলে আমি অসুস্থ হৈ পৰো। আমাৰ শৰীৰৰ ৰক্তকণিকা বিলাকে সেই বেমাৰৰ বীজাণুবিলাকক চিনাক্ত কৰি সেইবিলাকক মাৰিবলৈ চেষ্ঠা কৰে। চ’ৰিয়াচিছ বেমাৰত এই ৰক্তকণিকা বিলাকে নিজৰ শৰীৰৰ ছালৰ কোষবিলাকক ভূলকৈ বাহিৰা বেমাৰৰ বীজাণুৰ নিচিনা আক্ৰমণ কৰে যাৰ ফলত এই জটিল Auto Immune বেমাৰবিধৰ সৃষ্টি হয়।

Read more

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids in Assamese

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা আছে৷ লগতে বাঢ়ি অহা শিশুৰ ভিটামিন আৰু মিনাৰেলৰ আৱশ্যকতা অতি জৰুৰী ৷ ইয়াৰ অভাৱত শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশত ব্যাঘাত হয় ৷ যদি আপোনাৰ শিশুৰ খাদ্যপ্ৰনালীত কিছু আহাৰ দিবলৈ যত্ন কৰে তেন্তে আপোনাৰ শিশুৰ ভিটামিন আৰু মিনাৰেলৰ অভাৱ হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যায় ৷

Read more

টিউব ব্লক সাধাৰণ ৰােগ, সহজেই হয় গৰ্ভৱতী- Fallopian tube block in assamese

ফেলপিয়ান টিউব ব্লক হলে বহুতাে মহিলাই ভয় খাই আৰু মাতৃত্বৰ আশা এৰি দিয়ে৷ কিন্তু এই ৰােগবিধ সাধাৰণ ৰােগহে। বিগত বৰ্ষত কেবাগৰাকী ফেলপিয়ান টিউব ব্লক বা স্রোত অৱৰােধ হােৱা মহিলা গৰ্ভৱতী আৰু মাতৃ হােৱাটোৱেই প্রমাণিত হৈছে যে ডিম্ববাহী নলীত হােৱা অৱৰােধ বা স্রোত অৱৰােধ ( Fallopian tube block ) এবিধ সাধাৰণ ৰােগ।

Read more

আপুনি জানেনে গ্ৰীন টি খোৱাৰ সঠিক সময় কেতিয়া?- Best Time To Drink Green Tea in Assamese

গ্ৰীন টি কি?- What Is Green Tea In Assamese

গ্ৰীন টি পান কৰাৰ সঠিক সময় কি?-What is the best time to drink green tea In Assamese

গ্ৰীন টি কেতিয়া খাব নালাগে?-When should not drink green tea In Assamese

গ্ৰীন টি স্বাস্থ্যৰ বাবে কিমান উপকাৰী? – Why is green tea good for health In Assamese

গ্ৰীন টিৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া- Side Effect of Green Tea in Assamese

কিমান পৰিমানে গ্ৰীন টি সেৱন কৰা উচিত? – How much green tea should drink in Assamese

Read more

শগুনিলতা বা গিলয় কিদৰে ব্যৱহাৰ কৰিব? ইয়াৰ উপকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া- sagunilata or giloy uses, benefits and side effects.

শগুনিলতা হ’ল এক প্ৰকাৰৰ লতাজাতীয় গছ৷

শগুনিলতাক আমৈলতা (Amoi-lota), গুলঞ্চ সিদ্ধিলতা, অমৰলতা (Amor-lota)ইত্যাদি নামেৰেও জনা যায়। 

হিন্দীত ইয়াক কোৱা হয় গিলয় (Giloy), গুডুচি(Guduchi), অমৃতা (Amrita) আদি৷

সংস্কৃতত ইয়াৰ নাম ‘অমৃতবল্লী বুলি জনা যায়

শগুনিলতাৰ বৈজ্ঞানিক নাম  Tinospora Cordifolia

Read more

এচিডিটি দূৰ কৰাৰ ঘৰুৱা উপায়- Home Remedies For Getting Relief From Acidity

অম্লপিত্ত বা এচিডিটি (acidity) হলে বুকু আৰু উদৰত জ্বলন বা বিষ হয় যি পেটৰ এচিডৰ অত্যাধিক মাত্ৰাত হোৱাৰ ফলত হয়৷ ইয়াক পেটৰ জ্বলন হলে ধৰিব পৰা যায়৷ এই সমস্যা প্ৰায় সংখ্যাক লোকৰে হোৱা দেখা যায়৷

Read more

মাহেকীয়াৰ সময়ত হােৱা অসহ্য পেটৰ বিষ- Menstrual cramp in assamese

মাহেকীয়া হােৱাৰ সময়ত বহুতাে যুৱতী আৰু মহিলাৰ পেটৰ বিষ হােৱাটোক আয়ুর্বেদিকত কষ্ট আর্তৱ বােলা হয়। এই সময়ত জৰায়ু, কঁকাল আৰু তলপেটত অসহ্য বিষ হয় কাৰণে যাতনা ভূগিব লগীয়া (Dysmenorrhoea) হয়।

Read more

আয়ুর্বেদিক চিকিৎসাৰে মদ্যপান এৰােৱা উপায়-ALCOHOL DEADDICTION AYURVEDIC TREATMENT

Dr Brinchi Boruah, MD ( Ayurveda ) 

নিয়ন্ত্রিত মদ্যপান ক ৰােগ হিচাপে পৰিগণিত কৰা নহয় যদিও অনিয়ন্ত্রিত মদ্যপান ক Alcohol Related Disorder হিচাপে পৰিগণিত কৰা হয়৷ যি জটিল ৰােগৰ সৃষ্টি কৰিব পাৰে৷ এই Alcohol Related Disorder নাইবা Alcohol Used Disorder Do Alcohol Dependence, alcohol withdrawal syndrome , Alcohol induced sexual dysfunction, Alcohol Induced sleep disorder আৰু অন্যান্য শাৰীৰিক আৰু মানসিক ৰােগ উৎপন্ন কৰিব পাৰে

Read more

পাল্স অক্সিমিটাৰ-Pulse oximeter কিয় প্ৰয়োজন? ঘৰতে বহি কৰক নিজকে পৰীক্ষণ…

পাল্স অক্সিমিটাৰ-Pulse oximeter ৰ উদ্দেশ্য হ’ল যে আপোনাৰ হাৰ্টে আপোনাৰ শৰীৰৰ মাধ্যমেৰে কিদৰে অক্সিজেন  পাম্প কৰিছে তাক পৰীক্ষা কৰা। পাল্স অক্সিমিটাৰ- Pulse oximeter এটি সাধাৰণ ডিভাইচ যি আপোনাৰ ৰক্তত অক্সিজেনৰ পৰিমাণ পৰিমাপ কৰাত ইনফ্ৰাৰড লাইট (infrared light) ব্যৱহাৰ কৰে আৰু মাত্ৰ কিছু চেকেন্ডৰ ভিতৰতে সঠিক ফলাফল দিয়ে।

Read more