আয়ুৰ্বেদ অনুসৰি নিমখ কিমান পৰিমানে আৰু কেনেদৰে ব্যৱহাৰ কৰিব? – Medicinal and Other Uses Of Salt in Assamese

জীৱিত থাকিবৰ বাবে নিমখ অপৰিহার্য আৰু মানবদেহৰ অন্যতম মৌলিক উপাদান। এই উপাদান বাদ দি মানৱদেহৰ অস্তিত্ব সম্ভৱ নহয়। খাদ্যৰ স্বাদ উন্নত কৰিবলৈ আৰু খাদ্য সংৰক্ষণত নিমখ ব্যৱহাৰ কৰা হয়। ই শৰীৰৰ বিভিন্ন কাৰ্য্য নিয়ন্ত্রণ কৰে আৰু বিভিন্ন জটিল ক্রিয়াকলাপৰ বাবে বিল্ডিং ব্লক (buildingbblock) হিচাবে অন্তর্ভুক্ত। নিমখ এক খনিজ হয় যাৰ ৰাসায়নিক সূত্ৰ হৈছে NaCl ৷ নিমখত ওজনৰ আধাৰত 40% চডিয়াম আৰু 60% ক্লৰাইড থাকে ৷

Read more

আপুনি জানেনে…বৰ্তমান সময়ত কেনেধৰণৰ ঔষধ আপুনাৰ ঘৰত যুগুত কৰি ৰখাতো প্ৰয়োজন? What medicines should every home have? In Assamese

বৰ্তমান জ্বৰ চৰ্দি কাঁহ আৰু কৰোনা ৰোগৰ প্ৰাদুৰ্ভাৱৰ সময়ত আপোনাৰ ঘৰত কেনেধৰণৰ ঔষধ যুগুত কৰি ৰখাতো জৰুৰী…এইবিষয়ে আপুনি চিন্তা কৰিছেনে? যিকোনো ৰোগৰ আৰম্ভণিতে যদি সাৱধানতা তথা উপযুক্ত ঔষধ সেৱন কৰা হয় তেন্তে ৰোগ নিৰাময় কৰা সম্ভৱ হয় পৰে৷ কিন্ত্ত দেখা যায় যে, যথাসময়ত উপযুক্ত চিকিৎসা তথা ঔষধ গ্ৰহন নকৰা বাবে ৰোগে গুৰুতৰৰৃপ লয়৷

Read more

পলাশ গছৰ ঔষধীয় গুন তথা ব্যৱহাৰ -Palash Benefits and Uses In Assamese

পলাশ মূলত এটি ভাৰতীয় গছ আৰু গোটেই দেশতে পোৱা যায়। পলাশ ফুলসমূহ ৰঙা ৰঙৰ আৰু পলাশৰ ফুল ফুলাৰ সময়ত গোটেই গছজোপা ৰঙা দেখা যায় যাৰ কাৰণে ই ‘বন জুই” (fire of forest) নামেৰেও পৰিচিত। পলাশ ঔষধীয় বৈশিষ্ট্যযুক্ত এটি গছ আৰু ইয়াৰ সমস্ত অংশ বিভিন্ন ধৰণৰ ৰোগ আৰু ব্যাধি চিকিৎসাৰ বাবে ব্যৱহৃত হয়। পলাশ আয়ুৰ্বেদত টনিক আৰু এন্থেলিমিন্টিক (Anthelmintic- পেটৰ পেলু নিধনৰ ঔষধ) হিচাবেও ব্যৱহৃত হয়।

Read more

ওজন হ্ৰাসৰ বাবে এলোভেৰা ৰসৰ উপকাৰীতা আৰু ব্যৱহাৰ – Aloe Vera Juice For Weight Loss in assamese

এলোভেৰা(aloevera)ৰ ৰসত মেদবহুলতা-প্ৰতিৰোধী (anti-obese) গুণাগুণ থাকে যি শৰীৰত চৰ্বিৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰিব পাৰে আৰু কিছু পৰিমাণে খাদ্যৰ অত্যাধিক পৰিমাণৰ ফলত হোৱা মেদবহুলতা (Diet-Induced Obesity) প্ৰতিৰোধ কৰিব পাৰে।

Read more

বেলৰ উপকাৰিতা আৰু ব্যৱহাৰ- Benefits and Uses Of Bael Fruit In Assamese

বেলত ট্যানিন, কেলচিয়াম, ফচফৰাচ, ফাইবাৰ, প্ৰ’টিন, আয়ৰন জাতীয় দৰকাৰী খনিজ থাকে৷ ইয়াৰ উপৰি ইয়াত প্ৰচুৰ পৰিমাণ ভিটামিন বি আৰু ভিটামিন সি পোৱা যায়। বাস্তৱতে বেল এক ঔষধীয় গছ হয় যি আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী৷ ইয়াৰ প্ৰতিটো অংশই মানুহৰ দেহৰ বাবে উপকাৰী, ইয়াৰ ফল বা পাত, কাণ্ড, শাখা বা শিপা।

Read more

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

ভুঁই আমলখি সৰু গছ (bhumi amla plant) বৰ্ষাঋতুত উৎপাদিত হয়।  এই গছ শৰতকালত ফুলে আৰু গ্ৰীষ্ম ঋতুত শুকাই যায়। ইয়াৰ ফল গোলাকাৰ আৰু আকাৰত সৰু হয় আৰু ফলসমূহ পাতৰ তলফালে লাগি থাকে৷

পৃথিৱীত ভুঁই আমলখি তিনিটা প্ৰজাতি আছে-

Phyllanthus urinariaLinn.Phyllanthus niruri L. আৰুPhyllanthus maderaspatensis L. পোৱা যায়

চিকিৎসাৰ দৃষ্টিকোণৰ পৰা, মূলত Phyllanthus urinariaLinn  ব্যৱহাৰ কৰা হয়।

Read more