শগুনিলতা বা গিলয় কিদৰে ব্যৱহাৰ কৰিব? ইয়াৰ উপকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া- sagunilata or giloy uses, benefits and side effects.
শগুনিলতা হ’ল এক প্ৰকাৰৰ লতাজাতীয় গছ৷
শগুনিলতাক আমৈলতা (Amoi-lota), গুলঞ্চ সিদ্ধিলতা, অমৰলতা (Amor-lota)ইত্যাদি নামেৰেও জনা যায়।
হিন্দীত ইয়াক কোৱা হয় গিলয় (Giloy), গুডুচি(Guduchi), অমৃতা (Amrita) আদি৷
সংস্কৃতত ইয়াৰ নাম ‘অমৃতবল্লী বুলি জনা যায়
শগুনিলতাৰ বৈজ্ঞানিক নাম Tinospora Cordifolia
Read more