Ayush kwath গ্ৰহন কৰক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি তোলক…Ayush kwath in assamese

এজন বয়সীয়াল ব্যক্তিয়ে এচামুচকৈ দিনে দুবাৰ একাপ গৰম পানীৰ লগত মিহলাই খাব পাৰে ।
এচামুচ আয়ুষ ক্বাথ (Ayush kwath) এগিলাচ পানীত ভালদৰে উতলাই চাহ হিচাবে দিনে দুই – তিনিবাৰ খাব পাৰে । এচামুচ আয়ুষ ক্বাথ (Ayush kwath) এচামুচ মৌৰ লগত মিলাই দিনে দুই – তিনিবাৰ খাব পাৰে । ৰােগী , নিৰােগী , গৰ্ভৱতী আৰু ডায়েবেটিচ ৰােগীয়েও নির্ভয় মনেৰে সকলােৱে খাব পাৰে। শিশু সকলক এক তৃতীয়াংশ , বা আধা পৰিমাণে খুৱাব পাৰিব । আয়ুষ ক্বাথ (Ayush kwath) সামান্য জ্বলা হােৱা বাবে শিশু সকলক খুৱাওতে চেনী বা মৌ মিহলাই খুৱাব ।

Read more