চজিনাৰ উপকাৰিতা আৰু ব্যৱহাৰ- চজিনা পাউদাৰ, চজিনা টেবলেট, চজিনা জুইচ ইত্যাদি-Moringa Health benefits and dosage

চজিনাৰ (moringa in assamese) পাত ,চিৰা, ফুল আৰু শিপা সকলোতে ভৰপূৰ মাত্ৰাত প্ৰটিন, ভিটামিন, এমিন’ এচিড, এন্টিঅক্সিডেন্ট পোৱা যায় ৷ ইয়াৰ বীজে কলেষ্টৰেল নিয়ন্ত্ৰণ কৰে ৷ চজিনাত কমলাতকৈ ৭গুন অধিক ভিটামিন এ পোৱা যায় ৷ সেয়ে ইয়াৰ গ্ৰহনে ৰোগ প্ৰতিৰোধক শক্তি বৃদ্ধি কৰে ৷

Read more