মাহেকীয়াৰ সময়ত হােৱা অসহ্য পেটৰ বিষ- Menstrual cramp in assamese

মাহেকীয়া হােৱাৰ সময়ত বহুতাে যুৱতী আৰু মহিলাৰ পেটৰ বিষ হােৱাটোক আয়ুর্বেদিকত কষ্ট আর্তৱ বােলা হয়। এই সময়ত জৰায়ু, কঁকাল আৰু তলপেটত অসহ্য বিষ হয় কাৰণে যাতনা ভূগিব লগীয়া (Dysmenorrhoea) হয়।

Read more

আয়ুর্বেদিক চিকিৎসাৰে মদ্যপান এৰােৱা উপায়-ALCOHOL DEADDICTION AYURVEDIC TREATMENT

Dr Brinchi Boruah, MD ( Ayurveda ) 

নিয়ন্ত্রিত মদ্যপান ক ৰােগ হিচাপে পৰিগণিত কৰা নহয় যদিও অনিয়ন্ত্রিত মদ্যপান ক Alcohol Related Disorder হিচাপে পৰিগণিত কৰা হয়৷ যি জটিল ৰােগৰ সৃষ্টি কৰিব পাৰে৷ এই Alcohol Related Disorder নাইবা Alcohol Used Disorder Do Alcohol Dependence, alcohol withdrawal syndrome , Alcohol induced sexual dysfunction, Alcohol Induced sleep disorder আৰু অন্যান্য শাৰীৰিক আৰু মানসিক ৰােগ উৎপন্ন কৰিব পাৰে

Read more

বাত দোষৰ ভাৰসাম্যহীনতাৰ বাবে আপুনি বেমাৰত পৰিছে নি? কিদৰে কৰিব বাত দোষ নিয়ন্ত্ৰণ? How to balance your Vata dosha? in assamese

ডাঃ ব্ৰিঞ্চি বৰুৱা, MD Ayurveda WhatsApp- 9864550440  FB-https://www.facebook.com/brinchi.boruah.3 Email- [email protected] যোগাযোগ- ড্ৰাগ হাওচ, ASTC Bus stand ৰ সমীপত, ধেমাজি  আয়ুৰ্বেদ

Read more

ঘৰতে তৈয়াৰ কৰক আমলা তেল, লগতে অন্য ৬ ধৰনে আমলখী ব্যৱহাৰ কৰি চুলিৰ সমস্যা সমাধান কৰক…

    মই আৰু মোৰ চুলি চুলিক সুস্বাস্থ্যৱান কৰি ৰখা আৰু যত্ন লোৱা সহজ নহয়।  যদি কোনোবাই চুলি সৰা বাবে

Read more

এনিমিয়া- কাৰন, লক্ষণ আৰু সাৱধানতা- Anemia in assamese

এনিমিয়া (anemia) what is anemia?- in assamese     হিম’গ্লবিনৰ কম হোৱা অৰ্থাৎ ৰক্তহীনতা (anemia) এটি গুৰুতৰ সমস্যা যি নিৰ্দিষ্ট

Read more

আপুনিও মবাইল আসক্ত নি? প্ৰযুক্তিৰ প্ৰতি থকা আসক্তি বিষয়ে জানো আঁহক- mental health in assamese

“Technology is a useful servant but a dangerous master.”    -Christian Lous Lange. আজি আমি এনে এখন পৃথিবীত বাস কৰিছো যিখন পৃথিৱী

Read more

পচতীয়া গছৰ উপকাৰিতা, কিদৰে ব্যৱহাৰ কৰিব আৰু পাৰ্শ্বক্ৰিয়া- Pochotia Benefits, uses and Side effects -Pochotia in Assamese

    পচতীয়া পেশী শিথিলতা, বিষ উপশম কৰা, উদ্বেগ আৰু হাঁপানি পৰা মুক্তি দিয়াত বহু ভাল আয়ুর্বেদীক ঔষধি। এই গছৰ

Read more