থাইৰয়দৰ কাৰন, লক্ষণ আৰু প্ৰতিকাৰ-Thyroid causes, symptoms and prevention

থাইৰয়ড গ্ৰন্থি আমাৰ গলৰ আগৰ শ্বাসনলীত থাকে আৰু ইয়াৰ আকাৰ পখিলাৰ দৰে হয় ৷ থাইৰয়ড গ্ৰন্থিৰ ভূমিকা:-থাইৰয়ড গ্ৰন্থিৰ যোগেদি আমাৰ শৰীৰৰ মেটাবলিজম নিয়ন্ত্ৰণ হৈ থাকে ৷ তদুপৰি এই গ্ৰন্থিয়ে নিশ্চিত কৰে যি আমাৰ মস্তিস্ক, হৃদয়, মাংসপেশী, লিভাৰ বা আমাৰ শৰীৰৰ অন্য অংগবোৰে কিমান তীব্ৰতাৰে বা লাহে লাহে কাম কৰিছে ৷ আনকি বৃদ্ধি, বিকাশ আৰু প্ৰজননতো এই হৰমনৰ প্ৰভাৱ পৰে ৷

Read more