ভিটামিন ডি ৰ অভাৱ কিয় হয় ? ভিটামিন ডি কম হলে কি কৰিব? Vitamin d deficiency in Assamese

fruits/vitamin d sources) গ্ৰহণে পেটত ভাল বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি কৰে আৰু মেটাবলিক চিনড্ৰোম প্ৰতিৰোধত সহায়তা কৰিব পাৰে। মেটাবলিক চিনড্ৰোমসমূহ এনে এটি উপসৰ্গ যি ডায়বেটিচ আৰু হৃদৰোগৰ জটিলতা বৃদ্ধি কৰে। সাম্প্ৰতিক এক সমীক্ষাত দেখা গৈছে যে, ভিটামিন ডি নথকাৰ কাৰণে বহু লোক অনেক ৰোগত আক্ৰান্ত হয়। ইয়াৰ মাজত অন্যতম স্তন কেন্সাৰ৷ স্তন কেন্সাৰৰ সম্পৰ্কিত এই সমীক্ষাত জনা গৈছে যে যদি ভিটামিন ডি ৰ অভাৱৰ (vitamin d deficiency) লগতে মেদবহুলতা থাকে তেন্তে স্তন কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি কৰে৷ গৱেষণাত এই কথা গম পোৱা গৈছে যে, কম বিএমআই (Body mass index, BMI) লগত দেহত উপস্থিত ভিটামিন ডি ৰ ভাল স্তৰে কেন্সাৰৰ বিৰুদ্ধে কাম কৰে।

Read more